টেষ্ট দলৰ নেতৃত্ব এৰিলে বিৰাট কোহলীয়ে

নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ  ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ টেষ্ট দলৰ পৰা অধিনায়কত্ব ত্যাগ। ছচিয়েল মিডিয়াৰ যোগেদি এই কথা জানিবলৈ দিছে ক্ৰিকেটাৰ গৰাকীয়ে। উল্লেখ্য যে মহেন্দ্ৰ সিং ধোনীৰ পিছতেই বিৰাট কোহলীক টেষ্ট দলৰ অধিনায়ক ৰূপে দায়িত্ব অৰ্পণ কৰা হৈছিল। মনকৰিব লগীয়া যে কোহলীয়ে টি-২০ বিশ্ব কাপৰ পূৰ্বে টি-২০ অধিনায়কত্ব ত্যাগ কৰা কথা ঘোষণা কৰিছিল তাৰ পিছতেই বিচিচিআইয়ে কোহলীক এদিনীয়া ক্ৰিকেটৰ দলৰ নেতৃত্বৰ পৰা অপহাৰণ কৰিছিল।

 

Featured