গুৱাহাটী - নিয়মীয়া বাৰ্তা

প্রাণৰ শিল্পী জুবিন গার্গলৈ ‘সংগীত সুধাকৰ’ অভিধা অসম সাহিত্য সভাৰ
ডিজিটেল ডেস্ক, ১৩ জুলাই : প্রাণৰ শিল্পী জুবিন গার্গক মৰণোত্তৰভাৱে অসম সাহিত্য সভাই প্রদান কৰিব ‘সংগীত সুধাকৰ’ অভিধা৷ দেওবাৰে মহানগৰীৰ দীঘলীপুখুৰীপাৰস্থিত অসম সাহিত্য সভাৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনৰ ড০ মহেন্দ্র নাথ বৰা সোঁৱৰণী সভাকক্ষত আয়োজিত এখন সংবাদমেলত এই কথা ঘোষণা কৰিছে সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই৷

তেওঁ কয় যে জুবিন গার্গ অসমীয়া জাতিৰ এটা সত্তা৷ এই সত্তাটোক আমি সকলোৱে সন্মান কৰোঁ৷ সেইবাবেই শিল্পীগৰাকীক এই অভিধা প্রদানৰ সিদ্ধান্ত সাহিত্য সভাই গ্রহণ কৰিছে৷ অসম সাহিত্য সভাৰ পঞ্চৰত্ন–গুৱাহাটী অধিৱেশনৰ প্রতিনিধি সভাই গ্রহণ কৰা সিদ্ধান্ত অনুসৰি পূর্বতে কার্যনির্বাহক অধিৱেশন আৰু কর্ণধাৰ সমিতিৰ সভাই দিয়া অনুমোদনৰ ভিত্তিত অহা ৩০ জুলাইত শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই অভিধা প্রদান কৰিব অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে৷ সেইদিনা বিয়লি ৪ বজাৰ পৰা অসম সাহিত্য সভাৰ গুৱাহাটীৰ সংগীতাচার্য লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হ’ব লগা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত শিল্পীগৰাকীক এই সন্মান সাহিত্য সভাই প্রদান কৰিব৷

জুবিন গার্গৰ জীৱন পৰিক্রমা, সৃষ্টিশীলতা আৰু মানৱীয় অনুভৱ–অনুভূতিক লৈ এখন ৰাষ্ট্রীয় আলোচনা–সত্রও আয়োজন কৰা হ’ব৷ উত্তৰ–পূব ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ নির্বাচিত গৱেষকসকলে পাঠ কৰা মানসম্পন্ন গৱেষণা–পত্রসমূহ গ্রন্থাকাৰে প্রকাশ কৰা হ’ব৷ অকল সেয়াই নহয়, জুবিন গার্গৰ গীতসমূহ ইংৰাজী, হিন্দী, বাংলা আদি ভাষালৈ অনুবাদ কৰি প্রকাশৰ সিদ্ধান্তও সাহিত্য সভাই গ্রহণ কৰিছে৷ সেইদিনাৰ অনুষ্ঠানটোত শিল্পীগৰাকীৰ পিতৃ কপিল ঠাকুৰ, সহধর্মিণী গৰিমা শইকীয়া গার্গ আৰু ভগ্ণী ড০ পামী বৰঠাকুৰকে ধৰি পৰিয়ালৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ অনুষ্ঠানটোত কেইবাগৰাকীও ন–পুৰণি শিল্পীয়ে সাংস্কৃতিক সন্ধিয়াত গীত–নৃত্য–নাটক আদি পৰিৱেশন কৰিব৷

উল্লেখ্য যে শিল্পীগৰাকীক অভিধা প্রদানৰ ক্ষেত্রত যোৱা ৭ জুলাইত অসম সাহিত্য সভাৰ উপ–সভাপতি আৰু প্রধান সম্পাদকৰ নেতৃত্বত যোৱা এটা প্রতিনিধি দলে জোনালীস্থিত ষ্টুডিঅ’ত পত্নী গৰিমা শইকীয়া গার্গৰ লগত আলোচনাত মিলিত হৈ আন কেইবাটাও গুৰুত্বপূর্ণ বিষয়ৰ সিদ্ধান্তৰ লগতে এই সন্দর্ভতো সিদ্ধান্ত লৈছিল৷

The post প্রাণৰ শিল্পী জুবিন গার্গলৈ ‘সংগীত সুধাকৰ’ অভিধা অসম সাহিত্য সভাৰ first appeared on নিয়মীয়া বাৰ্তা.

প্রাকৃতিক পৰিৱেশৰ সামঞ্জস্যৰে বিশ্বমানৰ সুবিধাসম্পন্ন হ’ব ৰাজ্যিক চিৰিয়াখানা
ডিজিটেল ডেস্ক, ১২ জুলাই : ৩৬০ কোটি টকা ব্যয়সাপেক্ষে দেশৰ ভিতৰতে আধুনিকীকৰণ কৰি তোলা হ’ব ৰাজ্যিক চিৰিয়াখানাক৷ একাধিক জীৱ–জন্তুৰ মৃত্যুৰ ফলত প্রায় জৰাজীর্ণ ৰূপ লোৱা ৰাজ্যিক চিৰিয়াখানাক আধুনিকীকৰণৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সন্দর্ভত এই ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

উল্লেখ্য যে মুখ্যমন্ত্রীয়ে শনিবাৰে ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ আধুনিকীকৰণৰ কাম পৰিদর্শন কৰে৷ এই উদ্দেশ্যে চিৰিয়াখানাত উপস্থিত হোৱা মুখ্যমন্ত্রীয়ে চিৰিয়াখানাখনৰ নির্মীয়মাণ পশু চিকিৎসালয়, বন্যপ্রাণী পুনৰুদ্ধাৰ কেন্দ্র, সংগ্রহালয় আদি পৰিদর্শন কৰি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা প্রমুখ্যে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন বিভাগ, লোকনির্মাণ বিভাগৰ উচ্চস্তৰীয় বিষয়াসকলৰ সৈতে এখন বৈঠকত অংশগ্রহণ কৰে৷

চিৰিয়াখানাখনৰ নির্মীয়মাণ পশু চিকিৎসালয়খন দেশৰ আগশাৰীৰ পশু চিকিৎসকৰ পৰামর্শ গ্রহণ কৰি নির্মাণ কৰিবলৈ, দর্শনার্থীৰ সুবিধা হোৱাকৈ চিৰিয়াখানাৰ ভিতৰত ৰে’লৰ ব্যৱস্থা কৰাৰ সম্ভাৱনীয়তা বিচাৰ কৰিবলৈ মুখ্যমন্ত্রীয়ে পৰামর্শ দিয়ে৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয়– চিৰিয়াখানাখনৰ আধুনিকীকৰণৰ কাম চলি আছে৷ এই কামসমূহৰ ভিতৰত চিৰিয়াখানা চাবলৈ অহা দর্শনার্থী আৰু চিৰিয়াখানাৰ জীৱ–জন্তু সকলোকে সুবিধা দিব পৰাকৈ অত্যাধুনিক কৰা হৈছে সকলো দিশ৷ ইয়াৰ ভিতৰত আছে অত্যাধুনিক পশু চিকিৎসালয়, জীৱ–জন্তু উদ্ধাৰ কেন্দ্র আৰু পৃথিৱীৰ ভিতৰতে পক্ষী থকা এক বৃহৎ গঁৰাল৷ এই কামসমূহ ক্ষিপ্রতাৰে চলি আছে৷ ইতিমধ্যে প্রকল্পটোৰ ২৭ শতাংশ কাম সম্পূর্ণ হৈছে৷ দেশৰ আগশাৰীৰ চিৰিয়াখানালৈ গৈ তাৰ ভাল ভাল উপাদানবোৰ গ্রহণ কৰি চিৰিয়াখানাখন সর্বাংগসুন্দৰ আৰু বন্যজীৱৰ বাবে অনুকূল হোৱাকৈ নির্মাণ কৰা হ’ব৷ ইতিমধ্যে বন বিভাগ তথা চিৰিয়াখানাৰ বিষয়াসকলক নির্দেশ দিয়া হৈছে যে দেশৰ ভাল ভাল চিৰিয়াখানাসমূহ পৰিদর্শন কৰি তাত থকা সুবিধাসমূহ ইয়াত সংযোজন কৰিব লাগে৷ বেংগালুৰু, মহীশূৰ, গুজৰাটৰ চর্দাৰ পেটেল পার্ক, ছিংগাপুৰৰ চিৰিয়াখানা এই সকলোবোৰ পৰিদর্শন কৰি ৰাজ্যিক চিৰিয়াখানাখন দেশৰ ভিতৰতে যাতে সুন্দৰ হয়, তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব৷

আনহাতে চিৰিয়াখানাখনত দর্শনার্থীৰ সুবিধা হোৱাকৈ ৰে’লৰ ব্যৱস্থা কৰাৰ সম্ভাৱনীয়তাক বিচাৰ কৰিবলৈও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ চিৰিয়াখানাৰ নির্মাণকার্য পৰিদর্শনৰ পূর্বে মুখ্যমন্ত্রীয়ে চিৰিয়াখানাত থকা তিনিটা ৰেড পাণ্ডাৰ স্বাস্থ্যৰ বুজ লয়৷

উল্লেখ্য যে বন্যজন্তুৰ চোৰাং সৰবৰাহকাৰীৰ পৰা যোৱা ফেব্রুৱাৰী মাহতে ৰেড পাণ্ডাকেইটা উদ্ধাৰ কৰি চিৰিয়াখানালৈ অনা হৈছিল৷ চিৰিয়াখানা পৰিদর্শনকালত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা প্রমুখ্যে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন বিভাগ, লোকনির্মাণ বিভাগৰ উচ্চস্তৰীয় বিষয়াসকল উপস্থিত থাকে৷

The post প্রাকৃতিক পৰিৱেশৰ সামঞ্জস্যৰে বিশ্বমানৰ সুবিধাসম্পন্ন হ’ব ৰাজ্যিক চিৰিয়াখানা first appeared on নিয়মীয়া বাৰ্তা.

গ্ৰীনবাছৰ বিৰুদ্ধে কাঢ়া প্ৰশাসন, ৬৩ চালকৰ লাইচেঞ্চ বাতিল
গুৱাহাটী মহানগৰীত গ্ৰীনবাছৰ অনিয়ম নিয়ন্ত্ৰণৰ লক্ষ্যৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে মহানগৰ জিলা প্ৰশাসনে। ট্ৰেফিক নিয়ম ভংগ কৰাৰ অভিযোগত ৬৩জন গ্ৰীনবাছ চালকৰ ড্ৰাইভিং লাইচেঞ্চ বাতিল কৰা হৈছে।

প্ৰশাসনে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি, এতিয়াৰে পৰা গ্ৰীনবাছসমূহে পথৰ কেৱল বাঁওফালেহে চলাচল কৰিব পাৰিব। যাত্ৰী তোলাৰ বা নমোৱাৰ অজুহাতত কোনো পৰিস্থিতিতেই পথ সলনি কৰাৰ অনুমতি নাথাকিব।

ইয়াৰ লগতে স্পষ্টকৈ কোৱা হৈছে যে নিৰ্ধাৰিত নিয়ম উলংঘন কৰি বাছ চলালে বা অনুমতি অবিহনে পথ সলনি কৰিলে সম্পৰ্কিত গ্ৰীনবাছখনৰ চলাচল ৭ দিনৰ বাবে বন্ধ কৰি দিয়া হ’ব।

মহানগৰ জিলা প্ৰশাসনৰ মতে, গুৱাহাটী মহানগৰীত যানজঁট হ্ৰাস কৰা, পথ সুৰক্ষা নিশ্চিত কৰা আৰু শৃংখলাবদ্ধ গণপৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰশাসনে সকলো গ্ৰীণবাছ চালক আৰু পৰিচালকক নতুন নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনাইছে।

ডিজিটেল ডেস্ক, ৮ জুলাই

The post গ্ৰীনবাছৰ বিৰুদ্ধে কাঢ়া প্ৰশাসন, ৬৩ চালকৰ লাইচেঞ্চ বাতিল first appeared on নিয়মীয়া বাৰ্তা.

গুৱাহাটীত ভূ-পৃষ্ঠৰ তলেৰে হ’ব বিদ্যুৎ সংযোগ
ডিজিটেল ডেস্ক, ৬ জুলাই : ভূ-পৃষ্ঠৰ তলেৰে সংযোজিত অত্যাধুনিক বৈদ্যুতিক তাঁৰৰ জৰিয়তে মহানগৰবাসীলৈ বিদ্যুৎ যোগান৷ অসম্ভৱ যেন লাগিলেও শীঘ্রেই উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী সংযোজিত হ’ব এই প্রকল্পৰ সৈতে৷ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে আৰম্ভ কৰিব এই অভিলাষী প্রকল্প৷

লক্ষণীয় যে মহানগৰীৰ মূল পথৰ লগতে অলিয়ে–গলিয়ে থকা বিভিন্ন বৈদ্যুতিক খুঁটাত সংযোজিত তাঁৰৰ জৰিয়তে পৰম্পৰাগতভাৱে এপিডিচিএলে আৰম্ভণিৰ পৰাই মহানগৰবাসীক বিদ্যুৎ যোগান ধৰি আহিছে৷ এই প্রক্রিয়াই বিভিন্ন সময়ত বহু ভয়ংকৰ প্রত্যাহ্বানৰ সৃষ্টিও কৰি আহিছে৷ বৈদ্যুতিক খুঁটাত সংযোগী তাঁৰত বিদ্যুৎস্পৃষ্ট অথবা ধুমুহা–বৰষুণত ক্ষতিগ্রস্ত হোৱা বৈদ্যুতিক তাঁৰৰ পৰা প্রৱাহিত বিদ্যুতে বিভিন্ন সময়ত মানুহৰ প্রাণহানি কৰি আহিছে৷ এনেধৰণৰ প্রত্যাহ্বানক লক্ষ্য কৰি এপিডিচিএলে গ্রহণ কৰিছে এই বৈদ্যুতিক যোগান নেটৱর্ক ব্যৱস্থা৷ অৱশ্যে এতিয়াও এই প্রকল্প কাগজ–কলমৰ মাজতে আবদ্ধ আছে যদিও শীঘ্রেই অত্যাধুনিক প্রযুক্তিৰ জৰিয়তে মহানগৰবাসীক বিদ্যুৎ যোগান ধৰিবলৈ প্রস্তুতি চলাইছে বিদ্যুৎ কোম্পানীটোৱে৷

এপিডিচিএলৰ এক সূত্রৰ পৰা জানিব পৰা মতে, কেন্দ্রীয় চৰকাৰৰ ৰিভেম্পড্ ডিষ্ট্রিবিউচন ছেক্টৰ স্কিম, চমুকৈ আৰবিএছএছ আঁচনিৰ অধীনত ২০০ কোটি টকা ব্যয়সাপেক্ষে এই প্রকল্প গ্রহণ কৰা হৈছে৷ প্রথম পর্যায়ত উক্ত পুঁজিৰে মহানগৰীৰ ৫টা স্থানক সামৰি প্রকল্পটো আৰম্ভ কৰা হ’ব৷ এই অনুসৰি মহানগৰীৰ সর্বাধিক ট্রেফিকযুক্ত এলেকা ক্রমে পল্টনবজাৰ স্কোৱেৰ, এটি ৰোডৰ অন্তর্গত পল্টনবজাৰৰ পৰা ভৰলুমুখ, এমজি ৰোডৰ একাংশ, জিএমচিএইচ ৰোডৰ লগতে জিএছ ৰোড আৰু এটি ৰোডৰ ভৰলুমুখৰ পৰা জালুকবাৰীলৈ এই ৫টা স্থানত এপিডিচিএলে উক্ত প্রকল্প আৰম্ভ কৰাৰ চিন্তাচর্চা কৰিছে৷

সূত্রটোৱে সদৰী কৰা মতে, এই সন্দর্ভত ইতিমধ্যে কোম্পানীটোৱে সম্ভাব্য স্থানসমূহত জৰীপকে ধৰি আন বিষয়সমূহ পৰীক্ষা কৰিছে৷ যিহেতু উচ্চ ট্রেফিককে ধৰি বাণিজ্যিক গুৰুত্বৰ দিশৰ পৰা এই অঞ্চলসমূহ মহানগৰীৰ ভিতৰত সর্বাধিক গুৰুত্বপূর্ণ অঞ্চল, গতিকে এপিডিচিএলৰ তৰফৰ পৰা প্রথম পর্যায়ত এই স্থানসমূহ বাছনি কৰা হৈছে৷ পৰৱর্তী সময়ত ভূ–পৃষ্ঠৰ তলেৰে সংযোজিত বৈদ্যুতিক তাঁৰৰ এই নেটৱর্ক মহানগৰীৰ আন ভিতৰুৱা অঞ্চলসমূহলৈও সম্প্রসাৰিত কৰা হ’ব৷

উল্লেখ্য যে এজাক বৰষুণে মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্রিম বানৰ সৃষ্টি কৰি বহু সময়ত নাগৰিকৰ লগতে প্রাত্যহিক জীৱনযাত্রাকো বিঘ্নিত কৰি আহিছে৷ সেইবাবেই পৰৱর্তী সময়ত মহানগৰীৰ বানপ্রৱণ এলেকাসমূহতো এপিডিচিএলে ভূ–পৃষ্ঠৰ তলেৰে সংযোজিত বৈদ্যুতিক তাঁৰৰ নেটৱর্ক সংযোগ কৰাৰ ব্যৱস্থা গ্রহণ কৰিব৷

সূত্রটোৱে সদৰী কৰা মতে, প্রথম পর্যায়ৰ এই প্রকল্পৰ বিস্তৃত প্রতিবেদন অর্থাৎ ডিপিআৰ প্রস্তুত কৰি ইতিমধ্যে কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰিছে৷ কেন্দ্রীয় শক্তি মন্ত্রালয়ে এই প্রকল্পত সেউজ সংকেত প্রদান কৰাৰ লগে লগে প্রকল্পটোৰ কাম দ্রুতগতিত আৰম্ভ কৰা হ’ব৷

জানিব পৰা মতে, এনেধৰণৰ প্রকল্পবোৰৰ বিস্তৃত প্রতিবেদন শক্তি বিত্তীয় নিগমলৈ প্রথম অৱস্থাত প্রেৰণ কৰা হয়৷ উক্ত প্রতিবেদন ভালদৰে চালি–জাৰি চোৱাৰ পাছত নিগমে সেয়া চূড়ান্ত অনুমোদনৰ বাবে কেন্দ্রীয় শক্তি মন্ত্রালয়লৈ প্রেৰণ কৰে৷ কেন্দ্রীয় চৰকাৰৰ পৰা সেউজ সংকেত অহাৰ লগে লগে পল্টনবজাৰ স্কোৱেৰত প্রথম পর্যায়ৰ প্রকল্পটোৰ কাম আৰম্ভ হ’ব৷ ইয়াৰ বাবে প্রয়োজনীয় মানৱ সম্পদকে ধৰি সকলো আন্তঃগাঁথনি এপিডিচিএলত মজুত আছে৷ যদিহে সকলো পৰিকল্পনা কৰা অনুসৰি আগবাঢ়ে, তেতিয়াহ’লে গুৱাহাটী মহানগৰীত বৈদ্যুতিক খুঁটাসহ মুক্ত তাঁৰৰ সলনি ভূ–পৃষ্ঠৰ তলেৰে সংযোজিত বৈদ্যুতিক তাঁৰৰ নেটৱর্কিং ব্যৱস্থাৰে মহানগৰবাসীক বিদ্যুৎ যোগান ধৰিব৷ এই ব্যৱস্থাই অদূৰ ভৱিষ্যতে বৈদ্যুতিক দুর্ঘটনাকে ধৰি বিভিন্ন আশংকা লাঘৱ কৰাৰ লগতে বৈদ্যুতিক সংবহন আৰু বিতৰণ ব্যৱস্থাত বিভিন্ন সময়ত এপিডিচিএলে সন্মুখীন হৈ অহা লোকচানৰ ঘাটিও পূৰণ কৰিব বুলি সূত্রটোৱে সদৰী কৰিছে৷

এই ব্যৱস্থাই ভৱিষ্যতে মহানগৰীত বৈদ্যুতিক যোগান ব্যৱস্থাক অধিক জনমুখী কৰি তুলিব৷ চলিত বর্ষৰ ভিতৰতে এই প্রকল্প আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি উচ্চস্তৰীয় সূত্রটোৱে জনাইছে৷ প্রথম পর্যায়ৰ প্রকল্প সফলতাৰে সম্পন্ন হোৱাৰ পাছতে জালুকবাৰীৰ পৰা ধাৰাপুৰ, ভিআইপিকে ধৰি আন গুৰুত্বপূর্ণ স্থানসমূহতো এই প্রকল্প ৰূপায়ণ কৰা হ’ব৷ সফলভাৱে এই প্রকল্প সম্পূর্ণ হ’লে অত্যাধুনিক বৈদ্যুতিক ব্যৱস্থাৰে উজলিব গুৱাহাটী মহানগৰী৷ দুর্ঘটনাৰ আশংকাকে ধৰি বিদ্যুতৰ সৈতে জড়িত আন সমস্যাৰো স্থায়ী সমাধান হ’ব৷

The post গুৱাহাটীত ভূ-পৃষ্ঠৰ তলেৰে হ’ব বিদ্যুৎ সংযোগ first appeared on নিয়মীয়া বাৰ্তা.

কুমাৰ ভাস্কৰ বৰ্মা সেতুত নতুন নিষেধাজ্ঞা, কঠোৰ আৰক্ষী
ডিজিটেল ডেস্ক, ৫ জুলাই : গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুত যান-বাহনৰ সুৰক্ষা আৰু শৃংখলা বজাই ৰাখিবলৈ মহানগৰ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এইক্ষেত্ৰত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ক্ষেত্ৰত কেইবাটাও কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে।

নতুন নিৰ্দেশনা অনুসৰি সেতুৰ ওপৰত কোনোধৰণৰ বাহন ৰখোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। সেতুত “No Parking, No Stopping” নিয়ম বলৱৎ কৰা হৈছে।

ইয়াৰ উপৰি সেতুৰ ওপৰত ফটো তোলাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি কোনো ব্যক্তিয়ে সেতুত ষ্টান্ট, ৰিলছ শ্বুটিং বা বিপজ্জনক কাৰ্যকলাপত লিপ্ত হ’লে তেওঁৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে স্পষ্ট কৰি দিছে।

এই উদ্দেশ্যে সেতুৰ বিভিন্ন স্থানত “No Stunts, No Photography” লিখা সতৰ্কতামূলক ফলক সংস্থাপন কৰা হৈছে। একে সময়তে সেতুত আৰক্ষীৰ নজৰদাৰী যথেষ্ট বৃদ্ধি কৰা হৈছে আৰু নিয়ম ভংগকাৰীসকলৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনসাধাৰণক সকলো নিয়ম মানি চলিবলৈ আহ্বান জনাইছে। সেতুৰ ওপৰত অপ্রয়োজনীয়ভাৱে বাহন ৰখোৱা, ফটো তোলা বা ষ্টান্ট প্ৰদৰ্শন নকৰি সকলোকে সুৰক্ষিত আৰু দায়িত্বশীলভাৱে যাতায়াত কৰিবলৈ অনুৰোধ জনাইছে।

উল্লেখ্য যে বিগত কিছুদিন ধৰি সেতুখনৰ মাজভাগত যান-বাহন ৰখাই একাংশ লোকে অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি আহিছিল। আনকি নিশাৰ ভাগত সেতুৰ ওপৰতে জন্মদিন উদযাপন, ফটো ছেছন আৰু অন্যান্য কাৰ্যকলাপ চলোৱাৰ ঘটনাও পোহৰলৈ আহিছিল। এনে ঘটনাত জড়িত দুই-এজন ব্যক্তিক আৰক্ষীয়ে আটক কৰি ব্যৱস্থাও গ্ৰহণো কৰিছে। এই সকলো ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মহানগৰ আৰক্ষীয়ে কুমাৰ ভাস্কৰ বৰ্মা সেতুত নতুনকৈ নিষেধাজ্ঞা আৰোপ কৰে।

The post কুমাৰ ভাস্কৰ বৰ্মা সেতুত নতুন নিষেধাজ্ঞা, কঠোৰ আৰক্ষী first appeared on নিয়মীয়া বাৰ্তা.

আৰক্ষীৰ এনকাউণ্টাৰত আহত জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মা
ডিজিটেল ডেস্ক, ৪ জুলাই : মহানগৰীত এইবাৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক ৷ শনিবাৰে পুৱতি নিশা আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰিবলৈ লওঁতে মহানগৰ আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মা। এনকাউণ্টাৰৰ সময়ত তেওঁৰ সোঁ ভৰিত গুলীৰ আঘাত লাগে। ঘটনাৰ পিছতে আৰক্ষীয়ে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ (জিএমচিএইচ)ত ভৰ্তি কৰায়। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে বুধবাৰে নিশা গুৱাহাটী মহানগৰীত দিছপুৰ আৰক্ষীয়ে জালনোটসহ দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মা নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে অভিযানৰ সময়ত AS-01 PC-8433 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহনৰ পৰা উদ্ধাৰ কৰিছিল ২ লাখ ৫৬ হাজাৰ টকাৰ জালনোট । উল্লেখ্য যে শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ ভিন্ন স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ জালনোট জব্দ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে আৰক্ষীয়ে দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছত তদন্ত অব্যাহত থকাৰ মাজতে আৰক্ষীৰ জেৰাত অজয় বিশ্বকৰ্মাই এক চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়ে। তেওঁৰ দাবী অনুসৰি, গুৱাহাটী মহানগৰীত ইতিমধ্যে এশ কোটি টকাৰো অধিক জালনোট সিচঁৰতি হৈ আছে।

সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষীয়ে জালনোট সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে তদন্ত অধিক তীব্ৰ কৰি তুলিছে। এই চক্ৰৰ সৈতে জড়িত আন লোকৰ সন্ধানতো অভিযান অব্যাহত আছে।

The post আৰক্ষীৰ এনকাউণ্টাৰত আহত জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মা first appeared on নিয়মীয়া বাৰ্তা.

নিশা মহানগৰীৰ ৰুক্মিণীগাঁৱত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত যুৱক
🔹 নিশা মহানগৰীৰ ৰুক্মিণীগাঁৱত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

🔹 ৰুক্মিণীগাঁৱৰ উৰণ সেতুৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনা।

🔹 ৰৈ থকা এখন GMCৰ বাহনত খুন্দা এগৰাকী বাইক আৰোহীৰ।

🔹 থিতাতে নিহত হয় বাইক আৰোহীজন।

🔹 মৃত যুৱকজন ২৬ বছৰীয়া দিব্যাংশু আগৰৱাল।

🔹 দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS-01-GT8200

ডিজিটেল ডেস্ক, ৪ জুলাই :

The post নিশা মহানগৰীৰ ৰুক্মিণীগাঁৱত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত যুৱক first appeared on নিয়মীয়া বাৰ্তা.

বশিষ্ঠ আৰক্ষীৰ জালত চাৰিজনীয়া দুৰ্ধৰ্ষ চোৰৰ দল
ডিজিটেল ডেস্ক, ৩০ জুন : গুৱাহাটীত চুৰিকাণ্ড সংঘটিত কৰি সন্ত্ৰাস চলাই থকা এক দুৰ্ধৰ্ষ চাৰিজনীয়া চোৰৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বশিষ্ঠ আৰক্ষী। গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত আৰক্ষীয়ে চোৰৰ দলটোৰ চাৰি সদস্যক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা চোৰকেইটা হৈছে নগৰবেৰাৰ মফিদুল ইছলাম, বিশ্বনাথৰ ৰাজ সুৰি, হাজোৰ টিংকল দাস আৰু বিনোদ দাস। জানিব পৰা মতে, এই দলটোৱে গুৱাহাটীৰ বিভিন্ন অঞ্চলত ধাৰাবাহিকভাৱে চুৰিকাণ্ড সংঘটিত কৰি আহিছিল।

অভিযানকালত আৰক্ষীয়ে বৃহৎসংখ্যক কপাৰৰ তাঁৰ, এ চিৰ কপাৰৰ পাইপ, অন্যান্য মূল্যৱান সামগ্ৰী আৰু কেইবাটাও চুৰি মোবাইল ফোন জব্দ কৰে। গ্ৰেপ্তাৰ হোৱা চাৰি চোৰক অধিক সোধা-পোছা অব্যাহত ৰখা হৈছে। এই চোৰৰ দলটোৰ সৈতে আন কোনো ব্যক্তি বা বৃহৎ চোৰ চক্ৰ জড়িত আছে নেকি, সেই দিশতো তদন্ত চলি আছে।

The post বশিষ্ঠ আৰক্ষীৰ জালত চাৰিজনীয়া দুৰ্ধৰ্ষ চোৰৰ দল first appeared on নিয়মীয়া বাৰ্তা.

মহানগৰীৰ খাৰঘুলিত ৫২ কোটি টকা মূল্যৰ সোণ জব্দ, মহাৰাষ্ট্ৰৰ যুৱকক গ্ৰেপ্তাৰ
ডিজিটেল ডেস্ক, ৩০ জুন : গুৱাহাটী মহানগৰীৰ খাৰঘুলি অঞ্চলৰ পৰা লতাশিল আৰক্ষীয়ে সোমবাৰে প্ৰায় ৫২ কোটি টকা মূল্যৰ ৩৭ কিলোগ্ৰাম সোণৰ বিস্কুট জব্দ কৰে। ঘটনাটোৰ সৈতে জড়িতৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তকাৰীয়ে এই ঘটনাৰ আঁৰত বৃহৎ পৰিসৰৰ সোণ সৰবৰাহকাৰী চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে।

গ্ৰেপ্তাৰ হোৱা অভিযুক্তজন মহাৰাষ্ট্ৰৰ বাসিন্দা অক্ষয় বানচৌদি বুলি চিনাক্ত কৰা হৈছে। অঞ্চলটোলৈ অবৈধভাৱে সোণ সৰবৰাহ কৰাৰ সন্দেহত তেওঁক আৰক্ষীয়ে আটক কৰিছে।

আৰক্ষী সূত্ৰৰ তথ্য অনুসৰি, জব্দ কৰা সোণৰ বিস্কুটসমূহ হাৱালাৰ মাধ্যমেৰে অসমলৈ অনা হৈছিল বুলি সন্দেহ কৰা হৈছে। ইয়াৰ ফলত এক আন্তঃৰাষ্ট্ৰীয় সোণ সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ থকাৰ সম্ভাৱনা অধিক জোৰদাৰ হৈছে। তদন্তকাৰীয়ে এতিয়া এই সৰবৰাহকাৰী চক্ৰটোৰ সমগ্ৰ নেটৱৰ্কৰ সন্ধান উলিওৱা, জড়িত ব্যক্তিসকলক চিনাক্ত কৰা, লগতে এই অবৈধ সোণসমূহ ক’লৈ নিয়াৰ কথা আছিল, সেই সন্দৰ্ভত তদন্ত আগবঢ়াই আছে।

সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আগবঢ়াৰ লগে লগে এই ঘটনাত আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়ে।

এই বৃহৎ পৰিমাণৰ সোণ জব্দৰ পিছত অঞ্চলটোত অবৈধভাৱে সোণ সৰবৰাহ আৰু হাৱালাৰ সৈতে জড়িত আৰ্থিক অপৰাধৰ বিৰুদ্ধে চলি থকা অভিযানৰ এক উল্লেখযোগ্য সফলতা হিচাপে গণ্য কৰা হৈছে। ঘটনাটোৰ অধিক তদন্ত অব্যাহত আছে।

The post মহানগৰীৰ খাৰঘুলিত ৫২ কোটি টকা মূল্যৰ সোণ জব্দ, মহাৰাষ্ট্ৰৰ যুৱকক গ্ৰেপ্তাৰ first appeared on নিয়মীয়া বাৰ্তা.

আদাবাৰীৰ হোটেলৰ পৰা বহিঃৰাজ্যৰ ৬জনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দলক আটক
ডিজিটেল ডেস্ক, ২৮ জুন : মহানগৰীৰ জালুকবাৰী আৰক্ষীয়ে চলোৱা এক সফল অভিযানত বহিঃৰাজ্যৰ এটা ডকাইতৰ দলক আটক কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত জালুকবাৰী আৰক্ষীয়ে ৰে’লযাত্ৰীক লক্ষ্য কৰি ডকাইতি চলোৱা বহিঃৰাজ্যৰ এই ডকাইতৰ দলটোক উৎখাত কৰিবলৈ সক্ষম হৈছে। গোপন তথ্যৰ ভিত্তিত দ্ৰুত অভিযান চলাই গুৱাহাটীৰ আদাবাৰী অঞ্চলৰ এখন হোটেলৰ পৰা চক্ৰটোৰ ৬জন সদস্যক আটক কৰে আৰক্ষীয়ে।

জালুকবাৰী আৰক্ষী থানাৰ এটা দলে ‘হোটেল অভিসাৰিকা’ত অভিযান চলাই এই ছয় ডকাইতক আটক কৰে। আটকাধীন আটাইকেইজন দুৰ্ধৰ্ষ ডকাইত হাৰিয়ানাৰ বিভিন্ন অঞ্চলৰ বাসিন্দা। এইসকল হৈছে— ৰোহতকৰ ছোনু আৰু কুলদীপ, ভিৱানীৰ কৃষ্ণ ৰাণা, প্ৰবীণ কুমাৰ আৰু সত্যৱানৰ লগতে হিছাৰৰ সঞ্জয় কুমাৰ।

আৰক্ষীৰ তথ্য অনুসৰি, এই ডকাইতকেইজনে বহিঃৰাজ্যৰ অপৰাধী চক্ৰৰ সদস্য হিচাপে কাম কৰি আহিছিল আৰু অসমত ৰে’লযাত্ৰীসকলক লক্ষ্য কৰি অপৰাধ সংঘটিত কৰিছিল। এই ডকাইতৰ দলটোৱে দীৰ্ঘদিন ধৰি বিভিন্ন ৰে’ল ষ্টেচনত ৰে’লযাত্ৰীসকলক লক্ষ্য কৰি লুটপাত চলাই আহিছিল।

আৰক্ষীয়ে জনোৱা মতে, চক্ৰটোৰ মূল কৌশল আছিল দূৰণিবটীয়া ৰে’লত যাত্ৰা কৰা দুৰ্বল বা অসাৱধান যাত্ৰীক চিনাক্ত কৰি বিভিন্ন স্থানত ডকাইতি চলায় আৰু তাৰ পিছতে ঘটনাস্থল ত্যাগ কৰে। বৰ্তমান জালুকবাৰী আৰক্ষীয়ে ধৃত ডকাইতকেইজনক জেৰা অব্যাহত ৰাখিছে।

The post আদাবাৰীৰ হোটেলৰ পৰা বহিঃৰাজ্যৰ ৬জনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দলক আটক first appeared on নিয়মীয়া বাৰ্তা.