নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

COVID-19ত পুনৰ আক্ৰান্ত গোৱালপাৰাৰ এজন লোক

নিয়মীয়া বাৰ্তা, ৫ মেঃ COVID-19ত পুনৰ আক্ৰান্ত গোৱালপাৰাৰ এজন লোক। লোকজনৰ দেহত পোৱা গৈছে ক’ৰোনা ভাইৰাছৰ অৱস্থিতি। বৰ্তমানলৈ কৰোনাত আক্ৰন্তৰ সংখ্যা ৪৩জন। বিগত ২৮ এপ্ৰিলত গোৱালপাৰাত ধৰা পৰিছিল COVID-19ত আক্ৰান্ত প্ৰথমজন ৰোগী। এই লোকজনো পৰোক্ষভাৱে নিজামুদ্দিনৰ লগত জড়িত আছিল।

You might also like