পথৰ ওপৰত গাড়ী বাগৰি ছজনকৈ লোক আহত
নিয়মীয়া বার্তা, ২৬ জুনঃ দ্ৰুত গতিত গাড়ী চলোৱা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে পথৰ ডিভাইডাৰত ৰিফ্লেকচন চিগনেল লাইট নলগোৱাৰ বাবে এক দূৰ্ঘটনা সংঘটিত হয় নগাঁৱৰ শেনচোৱাত ৷ দুৰ্ঘটনাটোৰ ফলত ছজনকৈ লোক আহত হয় ৷ গুৱাহাটীৰ পৰা যাত্ৰী লৈ নগাঁও হৈ হোজাইলৈ আহি থকা এ এছ ০১ জি চি ৩৮৪১ নম্বৰৰ ট্ৰেভেলাৰ খনে পথৰ মাজত থকা ডিভাইৰডাৰত খুন্দা মাৰি পথৰ ওপৰতে বাগৰি পৰে ৷…
Read More...