বিশেষ লেখা : মূল্য শৃংখলৰ সংযুক্তকৰণঃ পিএম মিত্ৰ উদ্যানে ভাৰতৰ বস্ত্ৰশিল্পৰ ভাগ্য পুনৰ নিৰ্ধাৰণ কৰিছে
পবিত্র মাৰ্ঘেৰিটা
বহু শতিকাৰ পৰা ভাৰতৰ পৰিচয় ইয়াৰ বস্ত্ৰশিল্পৰ সৈতে গভীৰভাৱে সংযুক্ত হৈ আছে। কাশ্মীৰৰ পশমিনাৰ দীৰ্ঘস্থায়ী উষ্ণতা আৰু অসমৰ মুগা ৰেচমৰ সোণালী উজ্জ্বলতাৰ পৰা আৰম্ভ কৰি তামিলনাডুৰ ৰাজকীয় কাঞ্জীৱৰম, চান্দেৰীৰ বয়ন আৰু চুৰাটৰ কিংবদন্তি বস্ত্ৰ শিল্পকৰ্মলৈকে আজি বস্ত্ৰখণ্ড আমাৰ অৰ্থনীতিৰ এক শক্তিশালী স্তম্ভ হৈ পৰিছে।
এই খণ্ডটোৱে মুঠ…
Read More...