লখিমপুৰৰ নতুন সুৰ প্ৰকাশন পৰিষদৰ ২০২৬ বৰ্ষৰ বঁটা ঘোষণা
সাহিত্য চৰ্চাৰ জৰিয়তে সুস্থ পৰিৱেশ সৃষ্টি, সমাজ-জীৱনলৈ সৃজনশীলতাৰ জাগৰণ অনা আৰু সুস্থ জীৱনবোধ প্ৰতিষ্ঠাৰ বাবে দীৰ্ঘ সময়জুৰি কাম কৰি অহা উত্তৰ লখিমপুৰৰ গ্ৰন্থ-আলোচনী প্ৰকাশৰ অগ্ৰণী অনুষ্ঠান ‘নতুন সুৰ প্ৰকাশন পৰিষদ’-এ বিগত ২০০৬ চনৰ পৰা অসমীয়া সাহিত্য-সংস্কৃতি-সংবাদক্ষেত্ৰলৈ ইতিবাচক অৱদান আগবঢ়োৱা ব্যক্তিবিশেষক ‘সাহিত্যজ্যোতি’ আৰু ‘কথা-বৈভৱ’ বঁটা…
Read More...