আৰক্ষীৰ এনকাউণ্টাৰত আহত জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মা
ডিজিটেল ডেস্ক, ৪ জুলাই : মহানগৰীত এইবাৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক ৷ শনিবাৰে পুৱতি নিশা আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰিবলৈ লওঁতে মহানগৰ আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় জালনোট সৰবৰাহকাৰী অজয় বিশ্বকৰ্মা। এনকাউণ্টাৰৰ সময়ত তেওঁৰ সোঁ ভৰিত গুলীৰ আঘাত লাগে। ঘটনাৰ পিছতে আৰক্ষীয়ে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ (জিএমচিএইচ)ত ভৰ্তি কৰায়। বৰ্তমান…
Read More...