অসমীয়াৰ গৌৰৱ মেখেলা-চাদৰ প্ৰদৰ্শনেৰে অসমক জিলিকালে বিশ্ববাসীৰ ওচৰত…
ডিজিটেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী : বিশ্বৰ ফেশ্বন ৱৰ্ল্ডৰ অন্যতম স্বৰ্ণপীঠ নিউয়ৰ্ক ফেশ্বন উইকত আকৌ এবাৰ উজলি উঠিল আন্তঃৰাষ্ট্ৰীয়ভাৱে সমাদৃত অসমৰ বস্ত্ৰ শিল্প। অসম কন্যা ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই আকৌ এবাৰ গৌৰৱান্বিত কৰিলে অসম আৰু অসমীয়াক।
১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ফেশ্বনৰ আভিজাত্যৰ প্ৰতীক নিউয়ৰ্ক ফেশ্বন শ্ব’ত প্ৰদৰ্শিত হৈছে বিশ্বৰ আগশাৰীৰ…
Read More...