ব্যৰ্থতা অব্যাহত দক্ষিণ আফ্ৰিকাৰ, টি-২০ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ড
২০২৬ চনৰ মহিলা টি-২০ বিশ্বকাপৰ দ্বিতীয় ছেমিফাইনেলত ইংলেণ্ডৰ হাতত ৪০ ৰানত পৰাজিত হৈ পুনৰ মুকুট জয়ৰ সপোন ভংগ হ'ল দক্ষিণ আফ্ৰিকাৰ। লণ্ডনৰ কেনিংটন অভেলত অনুষ্ঠিত মেচখনত জয়লাভ কৰি ইংলেণ্ডে ফাইনেলত প্ৰৱেশ কৰে।
এই পৰাজয়ৰ সৈতে দক্ষিণ আফ্ৰিকাই…