নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ মুখত শেষ হাঁহি?

-সঞ্জীত কুমাৰ ৰদলৈ

এইবাৰৰ বিধানসভাৰ র্ন্বিাচন প্রায় নিস্তেজ আৰু নিস্তৰংগ লি ক’ পাৰি৷ দুই এক সমষ্টিৰ াহিৰে সামগ্রিকভাৱে ৰ বিশেষ আগ্রহ া উদ্দীপনা প্রতিফলিত হোৱা দেখা নাই৷ প্রধানকৈ ইয়াৰ কাৰণ তিনিটা– প্রথমতে, এইবাৰ বিশেষ কোনো ঢ়ৌ া ইছ্যু নাই৷ দ্বিতীয়তে, কোনো ৰাজনৈতিক দলে ৰাইজক ৰ বিশেষভাৱে দৃষ্টি আকর্ষণ কৰ্বিলৈ সক্ষম হোৱা নাই৷ তৃতীয়তে, ক’ভিড–১৯ ভাইৰাছে কৰা বিভিন্ন ক্ষয়–ক্ষতি তথা তাৰ ক্ষতিকাৰক প্রভাৱৰ পৰা এতিয়াও হুজন মুক্ত হ’ পৰা নাই৷ এনেেবাৰ কাৰণতে সমাগত র্ন্বিাচনৰ প্রতি স্বসাধাৰণ ৰাইজৰ ৰ বিশেষ আগ্রহ–উদ্দীপনা চকুত পৰা নাই৷ কোনো ৰাজনৈতিক দলেই নতুনত্বৰে আশাবাদক সজীৱ আৰু গতিশীল কৰি ৰাইজক আকৃষ্ট কৰ্বি পৰা নাই৷ কোনো সন্দেহ নাই, এনে পৰিমণ্ডল কেতিয়াও ইত্বিাচক ল্বি নোৱাৰি, বৰঞ্চ ক্ষতিকাৰক৷
২০১৬ৰ বিধানসভাৰ র্ন্বিাচনত বিজেপিয়ে মুঠ ৮৪খন আসনত প্রতিদ্বন্দ্বিতা কৰি ৬০খন আসনত জয়ী হ’লৈ সক্ষম হৈছিল৷ মাত্র ২৯.৫ শতাংশ ভোট লাভ কৰা বিজেপিৰ নেতৃত্বত মিত্র দলৰ সহযোগত মুঠ ৮৬খন আসনেৰে চৰকাৰ গঠন হৈছিল৷ শাসকীয় দল তথা বিজেপিয়ে এইবাৰৰ র্ন্বিাচনত সেই একেই জয়ৰ ধাৰা ব্যাহত ৰাখ্বি পাৰ্বিনে? সৌ সিদিনালৈকে বিজেপিৰ আগশাৰীৰ নেতা তথা মুখপাত্রই ১০+ তথা এইবাৰ দলটিয়ে ১০০খনৰ অধিক আসন জয় কৰাৰ লক্ষ্য তথা টার্গেট ৰখাৰ কথা সঘনাই কৈ আছিল৷ কিন্তু শেহতীয়াকৈ বিজেপিয়ে ৯২খন আসনতহে প্রার্থী থিয় কৰোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ াকী আসন তেওঁলোকে মিত্র দল অগপ আৰু ইউ পি পি এলক এৰি দিছে া দ্বিলৈ াধ্য হৈছে৷ অর্থাৎ বিজেপিৰ (মিত্র দলসহ) মিছন–১০০ লক্ষ্যত উপনীত হ’লৈ হ’লে যোৱা র্ন্বিাচনতকৈ ১৪খন আসন েবছিকৈ পাব লাগ্বি৷ সেয়া সম্ভৱ হ’নে? বিজেপিৰ অন্যতম মিত্র দল অগপই এইবাৰ মুঠ ২৬খন আসনত প্রতিদ্বন্দ্বিতা কৰ্বি, যোৱা াৰ ২৪খন আসনত প্রতিদ্বন্দ্বিতা কৰি তেওঁলোকে ১৪খন আসনত জয়ী হৈছিল৷ এইবাৰ অগপই আগৰ সমান আসনত জয়ী হোবাৰ আশা নাই৷ অগপৰ হু সমষ্টিক অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে প্রভাৱিত কৰ্বি৷ বিশেষকৈ কা–ক্বেৰ ক্ষেত্রত অগপ দলে গ্রহণ কৰা পুতৌজনক স্থিতিয়ে তেওঁলোকৰ গণভিত্তি হুখিনি দুবল কৰিলে৷ তদুপৰি অগপত নতুন মুখ এক্বোৰে নগণ্য৷ এনেেবাৰ কাৰণত অগপৰ আসন তমানৰ ১৪খনৰ পৰা ৫–৭খন কমি যোৱাৰ সম্ভাৱনা প্র্বল৷ ডোলেণ্ড তথা বি টি আৰৰ ক্ষেত্রতো সমীকৰণ সলনি হ’ পাৰে৷ ইয়াৰ মূল ফেক্টৰ হৈছে হাগ্রামা৷ যোৱা বি টি আৰ র্ন্বিাচনত স্বাধিক আসন (১৭)খন হাগ্রামাৰ নেতৃত্বত বি পি এফ দলে লাভ কৰিছিল যদিও প্রমোদ ডো নেতৃত্বত ১২খনত জয়ী হোৱা ইউ পি পি এলৰ সতে বিজেপিয়ে মিত্রতা কৰি বি টি আৰৰ শাসন দখল কৰে৷ সাময়িকভাৱে হাগ্রামা দুবল হ’ল যদিও ডো ভূমিত হাগ্রামাৰ শক্তিশালী স্থিতিৰ কথা সকলোৱে জানে৷ ডোভূমিৰ ১২খন আসনৰ পৰা যিমানেই েবছি আসন বি পি এফে দখল কৰ্বি পাৰে সিমানেই হাগ্রামাৰ পাল্লা ভাৰী হ’৷ স্বাভাৱিকতে হাগ্রামাই সেই সুযোগ ল’৷ আনফালে ইউ পি পি এলে ৯খন আসনত প্রার্থী দিছে াকী ৩খনত বিজেপিৰ স’তে ন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হ’৷ গতিকে বি টি আৰত এইবাৰ কোন কিং মেকাৰ হয় সি লক্ষণীয় হ’৷
এতিয়া বিৰোধী শক্তি তথা কংগ্রেছ, এ আই ইউ ডি এফ সহ মহাজোঁট আৰু নতুন দল দুটাৰ প্রসংগলৈ অহা যাওক৷ কোনো সন্দেহ নাই শাসকীয় দলৰ সমুখত প্রধান প্রত্যাহ্বান হৈছে–কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা৷ যোৱা র্ন্বিাচনত কংগ্রেছে ২৬খন আৰু আজমলৰ নেতৃত্বত এআই ইউ ডি এফে ১৩খনত জয়ী হৈছিল তথা দুয়োটা দল মিলি ৩৯খন আসনত জয়ী হৈছিল৷ এইবাৰ দুয়োটা দলৰ মাজত মিত্রতা হোৱাৰ ফলত তেওঁলোকৰ আসনৰ সংখ্যা দ্ধি হ’ লি হুতে মত পোষণ কৰিছে৷ দুয়োটা দলৰ মিত্রতাই নামনি অসম আৰু ৰাকত তেওঁলোকৰ খোপনি অধিক মজ্বুত হোৱাৰ সম্ভাৱনাক নুই কৰ্বি নোৱাৰি৷ তদুপৰি কংগ্রেছ–আজমলসহ মহাজোঁটৰ স’তে হাগ্রামাও চামিল হৈছে৷ গতিকে এই মহাজোঁটক আণ্ডাৰ এষ্টিমেট কৰ্বি পৰা নাযায়৷ অৱশ্যে কংগ্রেছৰ অৱস্থা ৰ বিশেষ সুবিধাজনক হৈ থকা নাই৷ দলটোত নেতৃত্বৰ অভাৱ৷ েবছিভাগেই আন দললৈ গ’ল৷ যিকেইখন মুখ আছে সেইকেইখনৰো ফেচভেল্যু আগৰ দৰে হৈ থকা নাই৷ বিৰোধী হিচাপেও তেওঁলোকৰ দক্ষতা বিগত সময়ছোৱাত দেখা নগ’ল৷ গতিকে কংগ্রেছ দলে পূবতকৈ ভাল প্রদর্শন কৰ্বি লি খাটাংকৈ কোৱা টান৷ আজমলৰ দলৰ প্রতিও হু মুছলমানৰ বিশেষ আকর্ষণ নাই৷ সেয়ে হ’লেও প্রায় এক কোটি মুছলমানৰ েবছিভাগেই কংগ্রেছ া এ আই ইউ ডি এফৰ প্রার্থীক ভোট দিয়াটো নিশ্চিত লি ক’ পাৰি৷ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ নেতৃত্বত হোৱা দুটা দলৰ পৰা বিশেষ আশা কৰাৰ থল নাই৷ অখিল গগৈ দীর্ঘদিন কাৰাগাৰত থকা ােব ‘ৰাইজৰ দল’ দুবল হৈ থাকিল৷ তদুপৰি অখিলৰ বিশেষ পত্রখন, দলটোৰ উপদেষ্টা হিচাপে ড০ হীৰেন গোঁহাইৰ পদত্যাগ আদিয়ে দলটোক ক্ষতি কৰিলে৷ লুৰিণজ্যোতিক েব’চ আগ্রাসী যেন লাগিলেও ২–৩খনতকৈ েবছি আসন পোৱাৰ আশা নাই৷ অৱশ্যে কেইখনমান আসনত তেওঁলোক জয়ী নহ’লেও আনক ক্ষতি কৰ্বিলৈ হয়তো সক্ষম হ’৷ কা–ক্বে ইছ্যুটো বিভিন্ন কাৰকৰ ফলত নিস্তেজ হ’ল৷ হুতৰ হেঁচাত এই দুটা দলে মিত্রতাৰ কথা কৈছিল যদিও সেয়া নহ’লগৈ৷ ১৬খন আসনত দুয়োটা দলে প্রার্থী ঘোষণা কৰিছে৷ সি যি কি নহওক, এই দুটা দল এইবাৰ র্ন্বিাচনত কিমান ফেক্টৰ হয় তাত সন্দেহ আছে৷ অৱশ্যে ন্বিাৰণ ৰাৰ ভাষাত ‘ক্ষুদ্রও ৰুদ্র হ’ পাৰে৷’ কেন্বোকৈ এই দুটা দলে ৫ খনমান আসন জিকি আন্বি পাৰিলে উপযুক্ত সময়ত পানী ঘোলা কৰ্বি হয়তো পাৰ্বি পাৰে৷ গতিকে সাতে–পাঁচে মিলাই চাবলৈ গ’লে কোনো সন্দেহ নাই বিজেপি নেতৃত্বত মিত্রজোঁট এডভানটেজ স্থানত আছে৷ ইয়াৰ আঁৰৰ কাৰণ সমূহ এনে ধৰণৰ–১) বিৰোধী দুবল৷ ২) বিজেপিৰ প্রথমটো কার্যকালৰ এটা ছৰ কা–ক্বে আৰু ক’ভিড মহামাৰীৰ ফলত খৰচ হ’ল৷ াকী চাৰিটা ছৰত ক’ভিডৰ প্রত্যাহ্বানৰ মাজতো যথেষ্টখিনি উন্নয়নমূলক কাম হৈছে৷ নিয়োগৰ ক্ষেত্রত হুখিনি স্বচ্ছতা দেখা গৈছে৷ ক’ভিড মহামাৰীৰ স’তে মোকাবিলা কৰাৰ ক্ষেত্রত শাসকীয় দলৰ দক্ষতাক অস্বীকাৰ কৰা টান৷ ৩) কেন্দ্রীয় চৰকাৰৰ কিছুমান অদূৰদর্শী নীতি আৰু ক’ভিড মহামাৰীৰ ফলত ভাগি পৰা অর্থনীতিক পুনৰ স্বাভাৱিক কৰাৰ ক্ষেত্রত এই মুহূর্তত বিজেপিৰ তুলনাত আন দলৰ গ্রহণযোগ্যতা কম যিহেতু কেন্দ্রত বিজেপি শক্তিশালী হৈ আছে৷ ৪) বিজেপিয়ে ৯০ লাখৰ অধিক তথা চৰকাৰ গঠন কৰ্বিলৈ প্রয়োজনীয় ৩৫ শতাংশৰ অধিক হিতাধিকাৰী ভোটাৰ সৃষ্টি কৰ্বিলৈ সক্ষম হৈছে৷ এনেেবাৰ কাৰণতে দিছপুৰত পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ হোৱাৰ সম্ভাৱনা প্র্বল৷ অৱশ্যে বিজেপিৰ একপক্ষীয় জয় হয়তো সম্ভৱ নহ’৷ ২০১৬ৰ তুলনাত বিজেপি মিত্রদলে সম্ভৱতঃ কম আসন পাব৷
ক্তিগত আদর্শ, আৱেগ–বিেবক, পছন্দ–পছন্দ আদিৰ ঊর্ধ্বত আমি নিৰপেক্ষভাৱে যদি বিচাৰ বিশ্লেষণ কৰ্বিলৈ চেষ্টা কৰোঁ, তেন্তে হুতৰ ােব অপ্রিয় হ’লেও এই কথা ক’ই লাগ্বি– সমাগত র্ন্বিাচনত বিজেপি মিত্র দলেই হয়তো শেষ হঁাহি মাৰ্বিলৈ সক্ষম হ’৷ শেষত, বিভিন্ন সামগ্রীৰ অফাৰ আদিত সৰুকৈ তৰা চিন দি conditions apply’Âলি লিখাৰ দৰে কওঁ ‘যদিহে বিশেষ অঘটন নঘটে৷ ’

You might also like