ৰাজ্যত পুনৰ ১৩জনৰ দেহত ক’ৰোনা
নিয়মীয়া বাৰ্তা, ২০ মেঃ পুনৰ COVID-19ত আক্ৰান্ত ১৩জনকৈ লোক। ইয়াৰে ৮জন হোজাইৰ, ২জন শোণিতপুৰৰ, বাকী ৩জন ক্ৰমে কামৰূপ মেট্ৰ’ কামৰূপ আৰু নগাঁৱৰ।
ৰাজ্য়ত বৰ্তমানলৈ ১৭০জনলৈ বৃদ্ধি পালে ক’ৰোনা আক্ৰান্তৰ সংখ্য়া। ইয়াৰে ৪৮জন ৰোগী বৰ্তমান সুস্থ হৈ উঠিছে। মৃত্যু হৈছে ৪গৰাকী লোকৰ আৰু সক্ৰিয় অৱস্থাত আছে ১১৫জন।