ৰাজ্য চৰকাৰে এতিয়ালৈকে লক ডাউন ঘোষণা কৰা নাই
নিয়মীয়া বাৰ্তা ২৩ মাৰ্চঃ অসমত পুৱাৰে পৰা ছ’চিয়েল মিডিয়া যোগে লক ডাউন হ’ব বুলি এক বাতৰি প্ৰচাৰ হৈ আহিছিল। যাৰ পৰিপেক্ষিতত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছে যে অসমত কোনো ধৰণৰ লক ডাউনৰ সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই। মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটাৰ যোগে এই কথা জানিবলৈ দিয়ে।
We have noticed that this WhatsApp message is being circulated, which is completely baseless. We will let everyone know if the Govt takes any such decisions. Request everyone not to panic in our fight against #COVID19outbreak . pic.twitter.com/Lphe1B1B15
— Chief Minister Assam (@CMOfficeAssam) March 23, 2020