মেষ: কামৰ ব্যস্ততা বৃদ্ধি৷ শুভ কর্ম সম্পন্ন কৰিব পাৰিব৷ আশাবাদী মন৷ শৰীৰৰ কিছু যত্ন লোৱাৰ প্রয়োজন৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৬৷
বৃষ: পৰিশ্রমৰ উপযুক্ত মর্যাদা পাব৷ শত্রুৰ পৰা সাৱধান৷ ব্যয় বৃদ্ধি, কর্মস্থানত মধ্যম৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷
মিথুন: কর্মস্থান মধ্যম৷ গুৰুৰ কৃপা লাভ কৰিব৷ সততা ৰক্ষা পৰিব৷ বজৰংবলীক পূজা কৰক৷ বিদ্যা–বুদ্ধিত শুভ৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷
কর্কট: কর্মত উন্নতি৷ সামাজিক আৰু ধর্মীয় স্থিতি উন্নত৷ খৰচ বৃদ্ধি৷ শিৱ মন্দিৰ দর্শন৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷
সিংহ: কর্মত সফল৷ নিবনুৱাৰ কর্মসংস্থাপনৰ যোগ৷ সন্মান বৃদ্ধি৷ ভ্রমণত শুভ৷ শুভ ৰং আকাশী৷ অর্থ লাভ৷ শুভ সংখ্যা ৩৷
কন্যা: শুভ সংবাদ পাব৷ যান–বাহনৰ পৰা সাবধান৷ বিদ্যাত শুভ৷ প্রেমত বুজাবুজি৷ কর্মত শুভ৷ শুভ সংখ্যা ২৷ শুভ ৰং হালধীয়া৷
তুলা: নিজৰ স্থিতি অটুট থাকিব৷বন্ধুৰ পৰা সাৱধান৷ বেলগছৰ তলত পানী দিয়ক৷ শুভ সংবাদ পাব৷ শুভ সংখ্যা ১৷ শুভ ৰং গুলপীয়া৷
বৃশ্চিক: কর্মত মধ্যম৷ খং কমাওক৷ বগা চন্দন দান কৰক৷ ব্যয় বৃদ্ধি৷ বিদ্যাত শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷
ধনু: সৎ লোকৰ সান্নিধ্যৰ পৰা লাভান্বিত হ’ব৷ খাদ্যত সাৱধান৷ ভ্রমণত শুভ৷ শুভ সংখ্যা ৪৷ শুভ ৰং নীলা৷
মকৰ: বিদ্যাত শুভ৷ ব্যৱসায় মাধ্যম৷ নতুন সংবাদে আনন্দিত কৰিব৷ প্রেমত কষ্ট৷ পাৰিবাৰিক শান্তি৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৮৷
কুম্ভ: ব্যৱসায়ত উন্নতি৷ অর্থ লাভ৷ বিদ্যাত শুভ৷ ভ্রমণত সফল৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৫৷
মীন: নিৰামিষ খাওক৷ বিদ্যা–বুদ্ধিত শুভ৷ ভ্রমণত মধ্যম৷ বন্যপ্রাণীৰ পৰা সাৱধান হওক৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৯৷