ৰাজ্যত নতুনকৈ ২০৩ গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ
নিয়মীয়া বাৰ্তা, ২৩ জুন: ৰাজ্যত নতুনকৈ ২০৩ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্তি হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৬০৫৬ জনলৈ বৃদ্ধি পায় ৷ লগতে ৰাজ্যত সম্প্ৰতি ২২৮২ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷