নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোষিত হ’ল বিজেপিৰ ২০২০-২৩ বৰ্ষৰ অসম ৰাজ্যিক সমিতি

নিয়মীয়া বাৰ্তা, ৪ আগষ্টঃ ভাৰতীয় জনতা পাৰ্টীয়ে আজি ঘোষণা কৰিলে অসম বিজেপিৰ ২০২০-২৩ বৰ্ষৰ ৰাজ্যিক সমিতিখন। ঘোষণা কৰা অনুযায়ী বিজেপিৰ অসম ৰাজ্যিক সমিতিখন এইধৰণৰ—

উপ সভাপতিঃ

ড৹ হেমপ্ৰভা বৰঠাকুৰ
বিজুলী কলিতা মেধি
ৰেখাৰাণী দাস বড়ো
স্বপ্ননীল বৰুৱা
ৰতন তেৰণ
পুলক গোহাঁই
জয়ন্ত দাস
জয়ন্ত মল্ল বৰুৱা

সাধাৰণ সম্পাদকঃ

ড৹ ৰাজদ্বীপ ৰয়
তপন কুমাৰ গগৈ
পল্লৱ লোচন দাস
ফণীন্দ্ৰ নাথ শৰ্মা

কোষাধ্যক্ষঃ
ৰাজকুমাৰ শৰ্মা

সহঃ কোষাধ্যক্ষঃ
মনোজ চৰফ

সম্পাদকঃ

দিপ্লুৰঞ্জন শৰ্মা
কিশোৰ উপাধ্যায়
কৃষ্ণমণি চুতীয়া
লুচী ৰয়
সুকুমাৰ বিশ্বাস
অকণি দেৱী
বেণুধৰ নাথ
তৰংগ গগৈ
পৰমী দাস

যুৱ মৰ্চাঃ

সভাপতিঃ অনুপ বৰ্মন

মহিলা মৰ্চাঃ

সভানেত্ৰীঃ অপৰাজিতা ভূঞা

এছ টি মৰ্চাঃ হৰেন দেউৰী

এছ চি মৰ্চাঃ নৱাৰুণ মেধি

অ’ বি চি মৰ্চাঃ বিতোপন ৰায়দঙীয়া

চাহ মৰ্চাঃ প্ৰহ্লাদ গোৱালা

কিষাণ মৰ্চাঃ প্ৰফুল্ল বৰা

সংখ্যালঘু মৰ্চাঃ মুক্তাৰ হুছেইন খান

You might also like