COVID-19, পুনৰ এগৰাকী মহিলাসহ দুজন লোকৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৯জুলাইঃ COVID-19ত আক্ৰান্ত হৈ পুনৰ এগৰাকী মহিলাসহ দুজন লোকৰ মৃত্য়ু। AMCHত চিকিৎসাধীন অৱস্থাত মৃত্য়ু ভৱেন গগৈ(৭২)বছৰীয়া লোকজনৰ। আনহাতে MMCHত মৃত্যু ধনেশ্বৰ শীল(৬৮) আৰু তৰজুনা বেগম(৩৮) নামৰ মহিলাগৰাকীৰ। তিনিগৰাকী ৰোগীৰ মৃত্যুত শোকপ্ৰকাশ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
Sad to inform demise of Sri Bhaben Gogoi (72), #COVID19 patients with lymphoma, at AMCH; Sri Dhaneswar Seal (68), Covid with chronic obstructive pulmonary disease & Smt Tarzuna Begum (38), Covid with diabetes, at MMCH.
My heartfelt condolences to the 3 families.
— Himanta Biswa Sarma (@himantabiswa) July 9, 2020