আজিৰ দিনটোৰ ৰাশিফল
মেষ: নতুন সংবাদে আনন্দ দিব, সম্পদ লাভ, আনৰ পৰা সহায় পাব৷ আৱেগ বর্জন কৰক৷ শুভ সংখ্যা ২, শুভ ৰং নীলা৷
বৃষ: কর্মত উদাৰতা থাকিব, সম্পদ লাভ৷ প্রেমত শুভ, আত্মচিন্তা বৃদ্ধি পাব, নতুন কর্ম সংস্থাপনৰ যোগ, শুভ ৰং সোণালী, শুভ সংখ্যা ৫৷
মিথুন: বিদ্যাবুদ্ধিত শুভ, খং কমাওক, শাৰীৰিক আৰু মানসিক শ্রম বৃদ্ধি, বজৰংবলীক পূজা কৰক, শুভ সংখ্যা ৮, শুভ ৰং মাখন৷
কর্কট: কর্মত উন্নতিৰ যোগ, সততাৰ পৰিচয় দিব পাৰিব৷ দুখীয়াক অন্ন দান কৰিব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪৷
সিংহ: কর্মত পদোন্নতিৰ যোগ৷ গোপন শত্রু বৃদ্ধি, ক্রীড়াৰ লগত জড়িত ব্যক্তিৰ উন্নতি, খৰচ বৃদ্ধি, শুভ ৰং পাতল গুলপীয়া, শুভ সংখ্যা ৬৷
কন্যা: শিং থকা জন্তুৰ পৰা সাৱধান হওক৷ বদহজম হ’ব পাৰে৷ গোপন শত্রুৰ পৰা সাৱধান, কর্মত মধ্যম, শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷
তুলা: কর্ম তৎপৰতা বৃদ্ধি, পশ্চিম দিশত ভ্রমণ কৰিলে লাভৱান হ’ব, প্রতিযোগিতামূলক পৰীক্ষাত উন্নতি৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৪৷
বৃশ্চিক: বৃক্ক ৰোগত কষ্ট হ’ব পাৰে৷ কর্মত উৎসাহ–উদ্দীপনা বৃদ্ধি, সামাজিক কামত নিষ্ঠা বৃদ্ধি৷ শুভ ৰং আকাশী, শুভ সংখ্যা ২৷
ধনু: গজাননক স্মৰণ কৰক, কর্মব্যস্ততা বৃদ্ধি পাব, ঘৰুৱা শত্রু বৃদ্ধি, শুভ ৰং কমলা, শুভ সংখ্যা ৮৷
মকৰ: কর্মত নিষ্ঠা থাকিব, মানসিক অশান্তি হ’ব পাৰে, বিবাহৰ যোগ, আয়–ব্যয় সমানে চলিব, শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
কুম্ভ: কর্মত অগ্রগতি বৃদ্ধি, ফুৰা–চকাত সাৱধান হওক, খৰচ বৃদ্ধি, মাতৃৰ শুভ, শুভ ৰং মেৰুণ, শুভ সংখ্যা ১৷
মীন: আশাবাদী চিন্তাত ব্রতী হ’ব৷ কর্মত উন্নতি৷ সন্মান বৃদ্ধি, শুভ ৰং আকাশী, শুভ সংখ্যা ৬৷