নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিয়ে ১০০খন আসন পালে মই ৰাজনীতি ত্যাগ কৰিমঃ তৰুণ গগৈ

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ  মই নিৰ্বাচন খেলিম কিন্তু মুখ্যমন্ত্ৰী কেতিয়াও নহও এই কথা মই আগতেও কৈছো। মোৰ ল’ৰা ৰাজনীতিত আছেই নতুনকৈ অনাৰ কোনো প্ৰয়োজন নাই।মোৰ একো স্বাৰ্থ নাই। বিজেপিয়ে ১০০খন আসন পালে মই ৰাজনীতি ত্যাগ কৰিম বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

২০২১ত আমিয়েই  চৰকাৰ গঠন কৰিম। ৮০খন আসন পাম বুলি আমি নিশ্চিত। কংগ্ৰেছ-AIUDFৰ মিত্ৰজোঁটে যদি ৩৫খনহে আসন পায় মই আৰু ৰাজনীতিত কেতিয়াও নাথাকে বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

You might also like