নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

GMCHৰ ক’ভিড ৱাৰ্ডৰ ICUত PPE কিট পিন্ধি ৰোগীৰ খবৰ ল’লে হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ৰাজ্যত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। দিনকদিনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ৰোনাই। আক্ৰান্তৰ লগতে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্য়াও। আজি GMCHৰ ক’ভিড ৱাৰ্ডৰ ICUত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ICUত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। প্ৰতিগৰাকী ৰোগীৰ সৈতেও মত-বিনিময় কৰে স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই।

You might also like