নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক ৰায়ৰ পিছত প্ৰথমবাৰলৈ অসমত ৰঞ্জন গগৈ

মাছখোৱা আই টি এ প্ৰকল্পত ' ক'ৰ্টছ অৱ ইণ্ডিয়া: পাষ্ট টু প্ৰেজেণ্ট'ৰ অসমীয়া সংস্কৰণ উন্মচন । ঐতিহাসিক ৰায়ৰ পিছত প্ৰথমবাৰলৈ অসমত পদাৰ্পন ৰঞ্জন গগৈৰ । জীৱনৰ দ্বিতীয় ইনিংছৰ বাবে শুভাশিস বিচাৰিলে ৰঞ্জন গগৈয়ে ।

নিয়মীয়া বাৰ্তাঃ সমগ্ৰ দেশৰ আদালতসমূহৰ লগতে ন্যায়িক প্ৰতিষ্ঠানসমূহৰ বিৱৰ্তনৰ চহকী তথা জটিল ইতিহাস সামৰি প্ৰকাশ কৰা অনুবাদ গ্ৰন্থ ভাৰত বৰ্ষৰ আদালতসমূহ: অতীতৰ পৰা বৰ্তমানলৈ দেওবাৰে উন্মোচন কৰা হয় । ন্যায়িক সাহিত্যৰ এক উল্লেখিত গ্ৰন্থ হিচাপে বিবেচিত ভাৰত বৰ্ষৰ আদালতসমূহ: অতীতৰ পৰা বৰ্তমানলৈ উন্মোচন কৰে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ।

You might also like