নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছৰ সন্দেহত ওদালগুৰিত দুই যুৱক চিকিৎসালয়ত

নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ কেৰালাৰ পৰা উভতি অহা ওদালগুৰিৰ দুই যুৱক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকা। অতিমাত্ৰা জ্বৰ, কাঁহ আৰু মূৰৰ বিষত ভোগা যুৱকদ্বয়ৰ স্বাস্থ্য় পৰীক্ষা কৰা হৈছে ওদালগুৰি অসামৰিক চিকিৎসালয়ত। দুয়োজন যুৱকৰ পৰা তেজ আৰু কফৰ নমুনা সংগ্ৰহ কৰি জি এম চি এইচ লৈ প্ৰেৰণ কৰা হৈছে। সম্প্ৰতি দুয়োজন যুৱকক ওদালগুৰি অসামৰিক চিকিৎসালয়ত আছুতীয়াকৈ কক্ষত ৰখা হৈছে।

You might also like