নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ মেডিকেল কলেজ হাস্পতালৰ পৰা সন্ধানহীন প্ৰসূতি

সন্তান জন্ম দিয়াৰ পাছত ক'লৈ গ'ল মহিলাগৰাকী?

  • তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা
  • চিকিৎসাধীন অৱস্থাত সন্ধানহীন এগৰাকী প্ৰসূতি
  • সন্ধানহীন প্ৰসূতিগৰাকীৰ নাম সাধনা মণ্ডল
  • মঙলবাৰে মহিলাগৰাকীয়ে জন্ম দিছিল এটি সন্তান
  • বৃহস্পতিবাৰৰ পৰা সন্ধান নাই মহিলাগৰাকী
  • ঘটনাসন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত