নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাপুজীৰ প্রতিমূর্তিত আঘাত সংগ্রামী দুর্বলতাৰ প্রকাশ

দাস প্রথা,  বৰ্ণবাদ আমেৰিকা যুক্তৰাষ্ট্রৰ সমাজৰ পৰা সম্পূর্ণৰূপে নাইকিয়া হৈ পৰিছে, সেইটো যিদৰে সম্পূর্ণ সত্য নহয়৷ বিগত সময়ছোৱাৰ ইতিহাসৰ পাত লুটিয়ালে তেনে ঘটনা কেইবাটাও ওলাব৷ কিন্তু সেইেবাৰে আমেৰিকাৰ সমাজখনক সিমান ভয়ংকৰভাৱে জোকাৰ্বি পৰা নাছিল, যিটো শেহতীয়াকৈ পৰিলক্ষিত হৈছে৷ জর্জ লয়ড নামৰ কৃষাংগ লোক এজনৰ হত্যাক লৈ প্রায় সমগ্র ৰাষ্ট্রখন জ্বলি উঠিছে৷ অভূতর্পূব প্রতিবাদ, হিংসাত্মক ঘটনা, লুটপাতৰ কাণ্ড ঘটিছে৷

খবৰ ওলাইছে, প্রতিবাদকাৰীৰ পৰা নিজকে সুৰক্ষিত ৰাখ্বিলৈ ৰাষ্ট্রপতি ড’নাল্ড ড্রাম্পে াংকাৰত আশ্রয় ল’বলগীয়া হৈছে৷ ইয়াৰ পৰাই অনুমান কৰ্বি পাৰি, আমেৰিকাত এতিয়া পৰিস্থিতি–পৰিৱেশ কিমান ভয়ংকৰভাৱে অশান্ত–স্থিৰ৷ এই সময়ছোৱাতে এটা বেদনাদায়ক খ্বৰ আহিছে৷ ডন্মত্ত প্রত্বিাদকাৰীয়ে ৱাশ্বিংটন ডিচিস্থিত ভাৰতীয় দূতাবাসৰ সন্মুখত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্রতিমূর্তিটো নষ্ট কৰাৰ চেষ্টা চলাইছিল৷ প্রতিমূর্তিটোৰ কিছু ক্ষতি কৰা হৈছে লিও সংবাদ সংস্থা এ এন আইৰ বাতৰিত প্রকাশ পাইছে৷ সম্প্রতি মূর্তিটো কাপোৰেৰে ঢ়াকি থোৱা হৈছে৷ প্রতিমূর্তিটো নষ্ট কৰা সন্দর্ভত আমেৰিকা যুক্তৰাষ্টৰ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে দুখ প্রকাশ কৰি তদন্ত ঘোষণা কৰা হৈছে৷ লগতে বাঞ্ছিত–ক্ষমণীয় কার্যটোৰ আঁৰত জর্জ লয়ডৰ বাবে ন্যায় বিচাৰি আন্দোলন কৰি থকা একাংশ জডিত থকা লি ইংগিত দিয়া হৈছে৷ মহাত্মা গান্ধীৰ ােব ইয়াতকৈ অপমান আৰু কি হ’ পাৰে? এইজন মহামানৱ মাথোঁ ভাৰতক স্বাধীনতা আনি দিয়া মূল ব্যক্তিয়েই নাছিল, তেওঁ ওৰেটো জীৱন ণ্বাদৰ বিৰোধিতা কৰি গৈছিল৷ আফ্রিকাত থকা সময়ছোৱাত তেওঁ ণ্বাদৰ বিৰুদ্ধে সংগ্রাম কৰি কৃষাংগসকলৰ অধিকাৰৰ হকেও যুঁজিছিল৷ ভাৰত্বর্ষতো তেওঁ হৰিজনকে ধৰি সমাজৰ নিষ্পেষিত–দলিত শ্রেণীৰ সমমর্যাদাৰ বাবে সংগ্রাম কৰিছিল৷ তেনে এজন ক্তি যদি ণ বৈষম্যবিৰোধী আন্দোলনৰ লক্ষ্য হয়, তেন্তে জ্বি লাগ্বি সেই আন্দোলনৰ আদর্শগত ভেটি তেনেই নিশকতীয়া৷ মাথোঁ আৱেগ আৰু ঘৃণাক সাৰথি কৰি চলি আছে সেই আন্দোলন৷

আফ্রিকা নতুবা পৃথিৱীৰ য’তেই বৰ্ণ বৈষম্যই প্রাপ্য অধিকাৰ আঁজুৰি নি সাধাৰণ জনতাক অৱহেলিত জীৱন যাপন কৰ্বিলৈ াধ্য কৰিছে, ত’তেই ভাৰত তথা এইখন দেশৰ জনসাধাৰণে অকুণ্ঠচিত্তে সমর্থন আগ্বঢ়াই আহিছে৷ তেনে অধিকাৰৰ আন্দোলনক ভাৰতে কোনো ধৰণৰ দ্বিধা নোহোৱাকৈ সমর্থন জনাই আহিছে৷ আজি আমেৰিকাতো যি আন্দোলন চলি আছে, ৰাষ্ট্রখন ভাৰতৰ মিত্রদেশ হ’লেও সাধাৰণ নাগৰিকৰ স্বাভাৱিক সহানুভূতি ণ্বাদবিৰোধীসকলৰ সপক্ষেই আছে৷ আচলতে, ভাৰতৰ জনগণে ণ ৈবষম্যৰ দৰে কু–ব্যৱস্থা এটাক সমর্থন কৰাৰ নজিৰ নাই৷ অৱশ্যে আভ্যন্তৰীণ ক্ষেত্রত এই ধৰণৰ সমস্যাৰে দেশখন ভাৰাক্রান্তও৷ যিয়েই নহওক, মহাত্মা গান্ধীৰ প্রতিমূর্তিত হাত দি ণ্বাদবিৰোধীসকলে ভাৰতীয় হূদয়ত আঘাত দিলে৷ লগতে নিজৰ সংগ্রামী চৰিত্রৰো দুবলতাক ডদঙাই দিলে৷ এনে ধৰণৰ নীতি–আদর্শহীন আন্দোলনে ৰাজহুৱা সম্পত্তি ধবংস কৰ্বি পাৰে, সামাজিক অস্থিৰতাৰ সৃষ্টি কৰ্বি পাৰে, ৰাজপথত জুই লগাব পাৰে, কিন্তু প্রকৃত সমস্যা সমাধানৰ পথটো মুকলি কৰ্বি নোৱাৰে৷ আমেৰিকাত কৃষাংগৰ অধিকাৰৰ হকে ভাৰতৰ স্থিতি তাহানি যি আছিল, আজিও একেই আছে আৰু আগলৈওে সহজে পৰিৱর্তন হোৱাৰ সম্ভাৱনা নাই৷ ইয়াতো কিন্তু মহাত্মা গান্ধীয়ে দেখুৱাই যোৱা আদর্শৰ প্রভাৱ সুস্পষ্ট৷ এই কথাটোকে তেওঁলোকে নুবুজিলে৷ আমেৰিকাৰ তমান সমাজখন কিদৰে প্রদূষিত হৈছে, বাৰাক অবামা আৰু ৰ্বার্টৰ মন্ত্ব্যত তাৰ প্রতিফলন ঘটিছে৷ প্রাক্তন ৰাষ্ট্রপতি অ’বামাই অতি আক্ষেপ, ক্ষোভ আৰু দুখেৰে কৈছে যে ণৈবষম্য আমাৰ সমাজত গভীৰভাৱে প্রোথিত৷ এইটো আমাৰ ইতিহাসৰ সৈতে যুক্ত৷ ণৈবষম্য আমাৰ সমাজৰ আদি প্রবাহ আৰু আমাৰ ইতিহাসৰ জঘন্যতম অধ্যায়৷ আনহাতে, বিল ক্লিণ্টনৰ শাসনকালত শ্রম মন্ত্রালয়ৰ দায়িত্ব পালন কৰা ৰ্বার্ট ৰাইচৰ মতে, আজিৰ আমেৰিকাৰ যি সমাজ ৱস্থা, তাৰ সৈতে দক্ষিণ আফ্রিকাৰ ণ্বাদী ৱস্থাৰ কোনো পার্থক্য নাই৷ এইখন দেশত দাস প্রথাৰ অৱসান ঘটিছে যদিও সেই স্থানত এটা নতুন দাস প্রথা আৰম্ভ হৈছে৷ আমেৰিকাত মাটিৰ তলৰ পৰা শিখৰলৈ ডঠিছে ণ্বাদ৷ ইয়াৰ পৰাই জ্বি পাৰি, আমেৰিকাত এতিয়া ণ্বাদ কিমান গভীৰতালৈ শিপাইছে৷ গতিকে, এদিন নহয় এদিন ক্ষোভৰ বিস্ফোৰণ ঘট্বিই৷ এতিয়া সেয়াই হৈছে৷ তাক সমাজৰ পৰা নাইকিয়া কৰ্বিলৈ যদি মহাত্মা গান্ধীৰ প্রতিমূর্তিত আঘাত হনাটো এটা পন্থা হয়, তেন্তে সংগ্রামখন সঠিক পথেৰে চলা নাই লিয়েই ক’ব পাৰি৷

You might also like