নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাৰ জগতত প্রতিশ্রুতি

অসমৰ নতুন শিক্ষামন্ত্রীয়ে কেইবাটিও নতুন নতুন ৱস্থা হাতত লোৱাৰ কথা ঘোষণা কৰিছে৷ বিজ্ঞান শিক্ষাৰে শিক্ষিত, ফটোগ্রাফীৰ দৰে প্রযুক্তিবিদ্যানির্ভৰ কলা মাধ্যমৰ চর্চাকাৰী মন্ত্রীগৰাকীৰ চিন্তা আৰু কাম একে ধৰণৰ মানসিকতাৰে আগ্বাঢ়্বি লি অনুমান কৰাত আপত্তি থাক্বি নালাগে৷ অনলাইনযোগে কিতাপ–পত্র আদি যোগান ধৰা কথা কওঁতে সেই কিতাপেবাৰক পি ডি এফ–লৈ ৰূপান্তৰ কৰা হ’ লি কোৱা কথাও প্রচাৰ হৈছে৷ এই ঘোষণা ছাত্রসমাজৰ ােব আশাৰ ার্তা হনকাৰী৷ কিন্তু কথা হ’ল, বিভিন্ন আকৃতিৰ ম’াইল ফোন া ট্বেলেট া কম্পিউটাৰত একে জোখৰ পি ডি এফ ফাইল পঢ়াটো কষ্টকৰ৷ এই অসুবিধা দূৰ কৰাৰ ােবও েবলেগ েবলেগ ধৰণৰ পি ডি এফ ওলাইছে আৰু মন্ত্রী মহোদয়ে নক’লেও জি পোৱাত অসুবিধা নহয় যে পাঠ্যপুথিৰ পি ডি এফ স্বাধুনিক প্রযুক্তিবিদ্যাৰ সহায়তেই কৰা হ’৷ একে প্রসংগতে উল্লেখ কৰ্বি পাৰি যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনৰ অসম প্রকাশন পৰিষদে কম্পিউটাৰত ৱহাৰ কৰ্বি পৰা যি ইউনিকোড ফণ্ট প্রস্তুত কৰি উলিয়াইছিল, সেই ফণ্টেবাৰ শিক্ষা বিভাগে বিতৰণ কৰা লেপটপেবাৰত লোড কৰি দিয়াৰ লগতে বিভাগীয় সকলো কামতে ৱহাৰ কৰাৰ সিদ্ধান্তও গ্রহণ কৰ্বি লাগে৷ অকল ইমানেই নহয়, সেই ফণ্টৰ লগে লগে এখন ডিজিটেল অভিধান আৰু ানান শুদ্ধ কৰা ছফ্টৱেৰ এটিও একেলগে শীঘ্রেই প্রকাশ কৰাৰ ৱস্থা কৰ্বি লাগে৷ প্রধানমন্ত্রীৰ ডিজিটেল ভাৰতৰ সপোন পূৰণ কৰাত ই এক যোগ্য সংযোজন হ’৷ শিক্ষকসকলৰ মন্দিৰ তীর্থস্থান হিচাপে খ্যাত কাহিলিপাৰাৰ দুটি অফিচৰ কাহিনী দীর্ঘদিন ধৰি চলি আহিছে৷ সৰু সৰু কামৰ ােব শিক্ষাগুৰুসকল তালৈ গৈ অফিচৰ কেৰাণীৰ শৰণাপন্ন হ’ লাগে আৰু অলপ উপৰুৱা টকাৰ আশাত অফিচৰ দায়িত্বশীল কর্মচাৰীয়ে তেওঁলোকক েবয়া ৱহাৰো কৰাৰ বিভিন্ন কাহিনী দশকৰ পিছত দশক ধৰি চলি আহিছে৷ এই কাহিনীেবাৰৰ অন্ত পেলোৱাটোও শিক্ষামন্ত্রীৰ দায়িত্ব হোৱা উচিত৷
শিক্ষা বিভাগটো বিভিন্ন সমস্যাৰে ভৰা তাত কোনো সন্দেহ নাই৷ কিন্তু তৎকালীন সমস্যােবাৰ সমাধান কৰাৰ লগে লগে বিভাগটোক উন্নততৰ পর্যায়লৈ নিয়া কামৰো আৰম্ভণি কৰ্বি লাগ্বি৷ তমানৰ শিক্ষা ৱস্থাৰ দুটিমান কথালৈ চালেই পৰিৱর্তনৰ অপেক্ষাত থকা সেই দিশেবাৰ চকুত পৰ্বি৷ চৰকাৰী স্কুল লি ক’লেই তাত সন্তানক পঢ়ুৱাবলৈ হু অভিভাৱকে ইচ্ছা প্রকাশ নকৰে৷ এই কথাটোৱে চৰকাৰৰ সামগ্রিক থতাৰ কথা প্রকাশ কৰে আৰু দায়িত্ব ঠিকমতে পালন নকৰাৰ ছবিখন স্পষ্ট কৰে৷ একেই সময়তে দেখা যায় যে চৰকাৰী কেন্দ্রীয় বিদ্যালয়ত পঢ়ুৱাবলৈ অভিভাৱক সদা তৎপৰ৷ এই কথাই কি প্রমাণ কৰে তাক ভাব্বি লাগে৷ এটা সময়ত কটন কলেজৰ প্রাক বিশ্ববিদ্যালয় শাখাত পঢ়াটো চোকা ল’ৰা–ছোৱালীৰ সপোন আছিল৷ এতিয়াৰ ছাত্র–ছাত্রীৰ পছন্দ কিন্তু চি বি এছ ই–ৰ পাঠ্যক্রম থকা উচ্চতৰ মাধ্যমিক স্কুল৷ পছন্দৰ এই পৰিৱর্তনৰ কাৰণ কিন্তু ছাত্র–ছাত্রীসকলৰ কেৰিয়াৰ চিন্তা৷ নতুন প্রজন্মৰ চিন্তাৰ লগত প্রকাণ্ড শিক্ষা বিভাগটো কিয় আগ্বাঢ়ি যাব পৰা নাই –এই কথাটো ভ্বা উচিত৷ কেইবছৰমানৰ আগতে শিক্ষামন্ত্রীয়ে এটি যুগান্তকাৰী ঘোষণা কৰিছিল৷ কেৱল ছোৱালীৰ ােব থকা স্কুলসমূহক সহশিক্ষাৰ বিদ্যালয়লৈ ৰূপান্তৰ কৰা হ’৷ পৰিৱর্তিত সময় আৰু লিংগ চেতনাৰ দিনত সেই সিদ্ধান্ত আছিল এটা নতুন ার্তাবাহক৷ কিন্তু যিমান দ্রুতভাৱে সেই কাম হোৱাটো উচিত আৰু প্রয়োজনীয় আছিল, সেই ক্ষিপ্রতাৰে কামটো নহ’ল৷ সমাজ সলনি কৰ্বি পৰা এই কামটো সম্পূর্ণ কৰা দায়িত্বও নতুন শিক্ষামন্ত্রীয়ে নল’লে আন কোনে ল’ পাৰে? একেই সময়তে ভাব্বি লাগ্বি তৃতীয় লিংগৰ কথা৷ তৃতীয় লিংগক চৰকাৰে স্বীকৃতি দিছে, চাকৰিৰ ােব আেবদন কৰ্বিলৈ দিছে৷ কিন্তু এতিয়ালৈকে এইসকলৰ শিক্ষাৰ ােব উপযুক্ত াতাৱৰণ গঢ় দিয়াৰ কথা কোনেও ভ্বা নাই৷ নতুন শিক্ষামন্ত্রীয়ে এই দিশত কথােবাৰ ভাবি এটা দায়িত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰক, স্বভাৰতীয় স্তৰত াঃ াঃ পাবলৈ নহয়, মানৱীয় দৃষ্টিকোণেৰে কথাটো ভাবক আৰু কাম এটা কৰি দেখুৱাওক৷ এয়া সময়ৰ দাবী৷ মানৱ সভ্যতাৰ ইতিহাসৰ এটি গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱাৰ সৌভাগ্য লাভ কৰিছে শিক্ষামন্ত্রীয়ে, বাকীখিনি তেখেত আৰু তেখেতৰ উপদেষ্টামণ্ডলীৰ কথা৷

You might also like