ভাৰতীয় নাগৰিকে নেপাললৈ গ’লে এতিয়াৰে পৰা মানিব লাগিব এই চর্ত, জনালে অলীৰ চৰকাৰে
নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ নেপালৰ অর্থনীতিৰ মূল ভেটি হৈছে পর্যটন। আৰু প্রতি বছৰে ভাৰতৰ পৰা প্ৰায় কেইবা হাজাৰ পর্যটক নেপাল ভ্রমণলৈ যায়। কিন্তু বৰ্তমান সলনি হৈছে ভাৰত-নেপালৰ সম্পর্কৰ সংজ্ঞা। নেপাল ভ্রমণত অতদিনে ভাৰতীয় নাগৰিকসকলৰ কোনো নিষেধাজ্ঞা নাছিল । কিন্তু এতিয়াৰে পৰা নেপালত প্রবেশৰ ক্ষেত্রত এতিয়াৰে পৰা ভাৰতীয়সকলে এটি চর্ত মানিব লাগিব । এই কথা স্পষ্টকৈ জনালে কেপি শর্মা অলী চৰকাৰে।
অৱশ্য নেপালে ভাৰতীয়ৰ প্রবেশত এতিয়াও নিষেধাজ্ঞা জাৰি কৰা নাই।
কি সেই শর্ত !