নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়াজ বেষ্ট ডান্সাৰঃ কাইলৈ গুৱাহাটীৰ এই স্থানত হ’ব অডিচন…

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ প্ৰতিবছৰে ছ’নীয়ে শিশুসকলৰ মনোৰঞ্জনৰ লগতে শিশুৰ প্ৰতিভাক এক মঞ্চ দিয়াৰ বাবে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰি আহিছে । ইয়াৰে ভিতৰত লেখত ল’বলগীয়া হৈছে গান আৰু নাচৰ ৰিয়েলিটি শ্ব’সমূহ । ছুপাৰ ডান্সাৰৰ বৃহৎ সফলতাৰ পিছত এইবাৰ ছ’নীয়ে আয়োজন কৰিছে ইণ্ডিয়াজ বেষ্ট ডান্সাৰ ।

ইণ্ডিয়াজ বেষ্ট ডান্সাৰৰ বিচাৰকসকল

ইপিনে ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’বলগীয়া এই ৰিয়েলিটি শ্ব’ৰ বাবে দেশৰ বিভিন্ন স্থানত অডিচন আয়োজন কৰিছে । ইয়াৰে ৯ তাৰিখে অডিচনৰ আয়োজন কৰিছে গুৱাহাটীত । গুৱাহাটীৰ নেৰিম গ্ৰুপ অৱ ইনষ্টিটিউত ৯ তাৰিখে এই অডিচন অনুষ্ঠিত হ’ব ।

You might also like