নিউজ ডেস্ক ১৯ নৱেম্বৰঃ সোমবাৰে নিশা কলকাতাৰ ৱেষ্ট পৰ্ট অঞ্চলত অসমৰ দুজন ড্ৰাগছ সৰবৰাহাকাৰী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰহাকাৰী দুজনৰ পৰা ১৩৩ কিঃগ্ৰাঃ ড্ৰাগছ উদ্ধাৰ কৰা হয়। ড্ৰাগছ সৰবৰহাকাৰী দুজনৰ বিৰুদ্ধে এন.ডি.পি.এচৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
Prev Post
Next Post