নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ বিমান দুৰ্ঘটনাত নিহত ১৮০জন যাত্ৰী

ইৰাণত ভয়ংকৰ বিমান দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ ইৰাণত ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত প্ৰায় ১৮০জন যাত্ৰী। দুৰ্ঘটনাত পতিত ইউক্ৰেইনৰ বয়িং ৭৩৭ বিমান। টেহৰাণ বন্দৰৰ পৰা উৰাৰ সময়তে দুৰ্ঘটনাত পতিত। কাৰিকৰী বিজুতিৰ বাবে দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ। ইৰাণৰ নিউজ এজেঞ্চী ISNAৰ সূত্ৰত প্ৰকাশ পাইছে এই তথ্য।