নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ক’ৰণাত আক্ৰান্তৰ সংখ্যা ৯০২জনলৈ বৃদ্ধি

এই পৰ্যন্ত মৃত্যু হৈছে ২০জনকৈ লোক

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৯০২জনলৈ বৃদ্ধি। আনহাতে কৰণাত প্ৰাণ হেৰুৱাইছে ২০জনকৈ লোকে। মহাৰাষ্ট্ৰত সৰ্বাধিক আক্ৰান্ত হৈছে ১৫৯জন লোক আৰু মৃত্যু হৈছে ৫জনকৈ লোকৰ। ইয়াৰ পিছতে সৰ্বাধিক আক্ৰান্ত হৈছে কেৰালাত। কেৰালাত এই পৰ্যন্ত ১৭৬জন লোক আক্ৰান্ত হৈছে যদিও মৃত্যু হোৱা নাই এজনো লোক। দেশৰ বিভিন্ন ৰাজ্যত আক্ৰান্তৰ সংখ্যা-
দিল্লী-৪০জন
কৰ্ণাটক-৪১জন
হাৰিয়ানা-২১জন
ওড়িশা-৩জন
পশ্চিমবংগ-১৫জন
তামিলনাডু-৩৫জন
মণিপুৰ-এজন
মিজোৰাম-এজন
ছণ্ডীগড়-৮জন
ছট্টীশগড়-৬জন
মধ্যপ্ৰদেশ-২৯জন
বিহাৰ-৭জন
মধ্যপ্ৰদেশ-২৭জন
পঞ্জাৱ-২৯জন
গোৱা আৰু আন্দমান নিকোবৰ-৬জন
বিহাৰ-৭জন

You might also like