নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব স্বাস্থ্য সংস্থাৰ আহ্বান: দক্ষিণ–পূব এছিয়াই বিশেষ গুৰুত্ব দিয়ক

নিয়মীয়া বার্তা, ১৯ মার্চঃ অঞ্চলৰ সঞ্চালক ডাঃ পুনম খেত্রপাল সিঙে উল্লেখ কৰা অনুসৰি এই বৃহৎ অঞ্চলটোৱে এতিয়াও ক’ৰোনাৰ প্রতিৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ ভৱিষ্যতে দক্ষিণ–পূব এছীয় দেশসমূহে এইক্ষেত্রত বহু কৰিবলগীয়া আছে বুলি মন্তব্য কৰিছে সিঙে৷

You might also like