নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ মাৰ্চলৈকে পৰ্যটকৰ বাবে বন্ধ তাজমহল

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ দেশজুৰি কৰ’ণা ভাইৰাছৰ আতংক। বৰ্তমানলৈকে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৩জন লোকে।

কৰ’ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দেশৰ লগতে বিশ্বৰ পৰ্যটনথলীসমূহ বন্ধ কৰি দিয়া হৈছে। বিশ্বৰ আশ্বৰ্য তাজমহলো পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ কৰি দিয়া হৈছে। ৩১ মাৰ্চলৈ পৰ্যটকৰ বাবেবন্ধ থাকিব তাজমহল। কৰ’ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে এই ব্যৱস্থা গ্ৰহণ লগতে দেশৰ বিভিন্ন পৰ্যটনথলীসমূহো বন্ধ কৰি দিয়া হৈছে।

You might also like