নিয়মীয়া বাৰ্তা, ৫ মেঃ কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বল চমুকৈ চিআইএচএফে ক’ৰোনাৰ বাবে চলি থকা যুঁজলৈ সকলো কৰ্মীৰে এদিনৰ দৰমহা আগবঢ়াইছে । চিআইএচএফে সকলো কৰ্মীৰ এদিনৰ দৰমহাৰ মুঠ ১৬,২৩,৮২,৩৫৭ টকা প্ৰধানমন্ত্ৰী কেয়াৰ্ছ ফাণ্ডলৈ আগবঢ়ায় ।
মঙলবাৰে চিআইএচএফৰ ডাইৰেক্টৰ জেনেৰেল ৰাজেশ ৰঞ্জনে চেকযোগে এই ধনৰাশি গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতত অৰ্পণ কৰে ।
Delhi: Central Industrial Security Force (CISF) personnel voluntarily donated their one day’s salary to PM Cares Fund. Rajesh Ranjan, Director General, CISF handed over a cheque of Rs.16,23,82,357 to Home Minister Amit Shah yesterday. #COVID19 pic.twitter.com/iPxfGdFK52
— ANI (@ANI) May 5, 2020