সুশান্ত সিং ৰাজপুতৰ আত্মহনন সন্দৰ্ভত চলমান খানসহ ৮ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু
- অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহননৰ ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু
- গোচৰ ৰুজু বলীউদৰ ৮গৰাকী লোকৰ বিৰুদ্ধে
নিয়মীয়া বাৰ্তা, ১৭ জুনঃ বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহননৰ ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু । বিহাৰৰ মুজাফ্ফৰপুৰত আজি এজন অধিবক্তাই এটা গোচৰ ৰুজু কৰে । সুধীৰ কুমাৰ ওঝা নামৰ অভিবক্তাগৰাকীয়ে কৰণ জোহৰ, চলমান খানসহ বলীউডৰ ৮ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।
I have filed a case against 8 people including Karan Johar, Sanjay Leela Bhansali, Salman Khan & Ekta Kapoor under Sections 306, 109, 504 & 506 of IPC in connection with actor Sushant Singh Rajput’s suicide case in a court in Muzaffarpur, Bihar: Advocate Sudhir Kumar Ojha pic.twitter.com/9jNdqvXVKr
— ANI (@ANI) June 17, 2020