নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘৰ আক্ৰমণত নিহত ছাত্ৰ; বাঘক হত্যা কৰিলে ৰাইজে

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ সোমবাৰে উত্তৰ প্ৰদেশৰ বিজনোৰত এজন স্কুলীয়া ছাত্ৰক আক্ৰমণ কৰা বাঘক ৰাইজে দিলে চৰম শাস্তি ।

প্ৰশান্ত নামৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজনে স্কুলৰ পৰা উভতি অহাৰ সময়তে এটা বাঘে ছাত্ৰজনক থাপ মাৰি ধৰি কাষৰীয়া গাঁওলৈ প্ৰায় ১০ কিলোমিটাৰ দূৰত্ব তানি নিয়ে । যাৰ ফলত ছাত্ৰজনৰ মৃত্যু ঘটে । পিছত গাঁওখনৰ সকলো ৰাইজ একগোট হৈ ছাত্ৰজনক আক্ৰমণ কৰা বাঘটোক হত্যা কৰে ।

ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

You might also like