নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসঃ দিল্লীৰ ৰাজপথত বিশেষ ৰূপত জম্মু-কাশ্মীৰ

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ আজি দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস । ৰাজধানী দিল্লীৰ ৰাজপথত পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় পেৰেড ।

এই পেৰেডত অংশ লৈ জম্মু-কাশ্মীৰৰ প্ৰতীকপট প্ৰদৰ্শন কৰে । এই বৰ্ষত জম্মু-কাশ্মীৰ চৰকাৰৰ ‘বেক টু ভিলেজ’ কাৰ্যক্ৰমে গণৰাজ্যৰ দিৱসৰ পেৰেডত স্থান পায় ।

উল্লেখ্য যে- আজি ভাৰতৰ গণৰাজ্য দিৱস উপলক্ষে ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ মেছিয়াছ বলছ’নাৰো মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিছে ৷

You might also like