নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যশোদা হাস্পতালৰ সাফল্যঃ জটিল অস্ত্রোপচাৰেৰে ৰোগীক দিলে স্বাভাৱিক জীৱন

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ গুৱাহাটীৰ ৰূপক কুমাৰ শর্মা নামৰ এজন ৰোগীৰ ৰাজহাড়ৰ এক জটিল অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰি ৰোগীক স্বাভাৱিক জীৱন দিবলৈ সক্ষম হৈছে হায়দৰাবাদৰ মাল্টিস্পেচিয়েলিটী যশোদা হাস্পতালে৷

যশোদা হাস্পতাল

ৰোগীগৰাকীয়ে দীর্ঘদিন ধৰি কঁকালৰ বিষ অনুভৱ কৰি অসহ্য বিষত থিয় দিব নোৱাৰা অৱস্থা হৈছিল৷ উক্ত হাস্পতালৰ ৰাজহাড় বিশেষজ্ঞ ডাঃ ভেংকট ৰামকৃষ্ণ টিয়ে অত্যাধুনিক অণুবীক্ষণ যন্ত্র ব্যৱহাৰ কৰি ‘মাইক্র’স্কোপিক ডাইছেক্টমী’ অস্ত্রোপচাৰ সম্পন্ন কৰে৷ এনে জটিল পদ্ধতিৰে অস্ত্রোপচাৰ কৰাৰ পিছত ৰোগীয়ে ক্ষিপ্রতাৰে আৰোগ্য লাভ কৰে৷

You might also like