ভাৰতীয় সেনাবাহিনীত ১৯১ চাকৰি
প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ ভাৰতীয় সেনা বাহিনীৰ(Indian Army) কাৰিকৰী বিভাগত খালী হৈছেSSC (Tech) 56 Menৰ ১৭৫ টা SSCW (Tech)27 Womenৰ ১৪টা আৰ Widows of Defence Personnelৰ ২টা পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ভাৰতীয় সেনাৰ প্রশাসনিক বিষয়াই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ অবিবাহিত পুৰুষ/মহিলা উভয় শ্রেণীৰ প্রার্থীয়ে আবেদন কৰিব পাৰে৷ প্রার্থী নিযুক্তিShort Service Commissionৰ ভিত্তিত কৰা হ’ব৷ মুঠ খালী পদ ১৯১টাৰ ভিতৰত পুৰুষ শ্রেণী প্রার্থীৰ বাবে ১৭৫টা আৰু মহিলা প্রার্থীৰ বাবে ১৪টা পদ সংৰক্ষিত থাকিব৷ ইয়াৰ উপৰি দুটা পদ যুদ্ধত মৃত্যু হোৱা সেনাৰ বিধৱা পত্নীৰ বাবে বিশেষভাৱে সংৰক্ষিত থাকিব৷ আবেদনকাৰী ইঞ্জিনীয়াৰিঙৰ ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ যুদ্ধত মৃত্যু হোৱা সেনাৰ বিধৱা পত্নীৰ অকাৰিকৰী পদৰ বাবে শৈক্ষিক অর্হতা যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী৷ আনহাতে, কাৰিকৰী পদৰ বাবে ইঞ্জিনীয়াৰিং বিষয়ত বি.ই/বি.টেক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷SSC (Tech)-Men আৰুSSCW (Tech)-Women পদ প্রার্থীৰ বয়স ১ এপ্রিল, ২০২১লৈ ২০–২৭ বছৰ৷ অৱশ্যে প্রার্থীৰ জন্ম ২ এপ্রিল, ১৯৯৪ আৰু ১ এপ্রিল, ২০০১ৰ মাজত হোৱা হ’ব লাগিব৷ আনহাতে, যুদ্ধত মৃত্যু হোৱা সেনাৰ বিধৱা পত্নীৰ(For Widows of Defence Personnel who died in Harness) বয়স ১ এপ্রিল, ২০২১লৈ সর্বোচ্চ ৩৫ বছৰ৷SSC (Tech) 56 Menৰ ১৭৫ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে–Civil (49), Architecture (1), Building Construction Technology (1), Mechanical (15), Electrical/ Electrical & Electronics (16), Computer Sc & Engg/Computer Technology/Information Tech/M.Sc Computer Sc (47), Electronics & Telecom/Telecommunication/Electronics & Comn/Satellite Communication (21), Electronics (3), Micro Electronics & Microwave (3), Aeronautical (5), Avionics (5), Aerospace (1), Electronics & Instrumentation (2), Automobile Engg (2), Instrumentation (20, Textile (1) আৰুTransporttation Engineering (1) ৷ আনহাতে,SSCW (Tech) 27 Womenৰ ১৪ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে–Civil (3), Architecture/ Building Construction Technology (3), Mechanical (1), Electrical/Electrical & Electronics (2), Electronics & Telecom/Telecommunication/Electronics & Comn/Satellite Communication (2), Computer Sc & Engg/Computer Technology/Information Tech/M.Sc Computer Sc (4), Aeronautical Engg (1) ৷ শেষত,Widows of Defence Personnelৰ পদ ২টা SSC (W) Tech (1) আৰ SSC (W) (Non Tech) (Non UPSC) 1টা বিভাগত পূৰণ কৰা হ’ব৷
যুদ্ধত মৃত্যু হোৱা সেনাৰ বিধৱা পত্নীয়েRtg ‘A’ (WE) Section, Dte Gen of Rtg. AG’s Branch, Integrated HQ, Ministry of Defence (Army), West Block-III, R K Puram, New Delhi-110066 ঠিকনালৈ আবেদন প্রেৰণ কৰিব লাগিব৷ প্রশিক্ষণৰ সময়ছোৱাত নিযুক্তিপ্রাপ্তই ১১,৯৫২ টকা লাভ কৰিব৷ প্রশিক্ষণ সমাপ্ত হোৱাৰ পিছত নিযুক্তিপ্রাপ্তইLieutenant, Caption, Major, Lt. Colonel, Colonel (TS), Colonel, Brigadier, Major General, Lt. General/ HAG Scale, Hag+Scale (Admissible to 1/3rd of total strength of Lt. Generals), VCOAS/army Cdr/Lt Gen (NFSG), COAS পদলৈ পদোন্নতি লাভ কৰিব৷ দৰমহাৰ নিৰিখ ক্রমে ৫৬,১০০–১,৭৭,৫০০ টকা, ৬১,৩০০–১,৯৩,৯০০ টকা, ৬৯,৪০০–২,০৭,২০০ টকা, ১,২১,২০০–২,১২,৪০০ টকা, ১,৩০,৬০০–২,১৫,৯০০ টকা, ১,৩৯,৬০০–২,১৭,৬০০ টকা, ১,৪৪,২০০–২,১৮,২০০ টকা, ১,৮২,২০০–২,২৪,১০০ টকা, ২,০৫,৪০০–২,২৪,৪০০ টকা, ২,২৫,০০০ টকা ,২,৫০,০০০ টকা৷ আগ্রহীসকলে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ভাৰতীয় সেনা বাহিনীৰ ৱেবছাইটwww.joinindianarmy.nic.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১২ নৱেম্বৰ, ২০২০৷