অসম কৃষি বিশ্ববিদ্যালয়ত টেকনিকেল এছিষ্টেণ্টৰ পদ খালী
সাক্ষাৎকাৰ ৫ অক্টোবৰত অনুষ্ঠিত হ’ব
অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটত খালী হৈছে টেকনিকেল এছিছটেণ্টৰ এটা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ আবেদনকাৰী কৃষি বিষয়ত বিজ্ঞানৰ স্নাতক/স্নাতকোত্তৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ পতংগ তত্ত্ববিদে নিযুক্তিত অগ্রাধিকাৰ পাব৷
নিযুক্তিপ্রাপ্তই মাহে ১৫,০০০ টকা লাভ কৰিব৷ সাক্ষাৎকাৰ ৫ অক্টোবৰ, ২০২০ তাৰিখে দিনৰ ১০.৩০ৰ পৰা অনুষ্ঠিত হ’ব৷ আগ্রহীসকলে সাক্ষাৎকাৰলৈ আহোঁতে যাৱতীয় নথিপত্রৰ মূল আৰু প্রত্যায়িত প্রতিলিপিসহ শেহতীয়া বায়’ডাটা আৰু পাৰপত্র আকাৰৰ ফটো আনিব লাগিব৷ সাক্ষাৎকাৰৰ স্থান– Department of Entomolgy, AAU, Jorhat, প্রার্থীAINP on Agril. Acarology প্রকল্পৰ অধীনপ্ত নিয়োগ কৰা হ’ব৷