নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্র ৰিভাৰ প্রজেক্টলৈ চীন–বাংলাদেশৰ সন্মতি

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আৰম্ভ হ'বলগীয়া অসম আভ্যন্তৰীণ জল পৰিবহণ প্ৰকল্পলৈ বিনা আপত্তিৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰিছে চীন আৰু বাংলাদেশে । বিশ্ববেংকৰ অৰ্থ সাহাৰ্যৰে ৰূপেয়ণ কৰিবলগীয়া এই প্ৰকল্পৰ ক্ষেত্ৰত নদীখন সংলগ্ন…

মহানগৰীৰ শান্তিপুৰত গ্রেপ্তাৰ কিশোৰী নির্যাতনকাৰী

নিয়মীয়া বার্তা, ২৯ ডিচেম্বৰঃ মহানগৰীৰ শান্তিপুৰত এগৰাকী কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগত নিৰঞ্জন কলিতা নামৰ এজন লোকক ভৰলুমখ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, কালি শান্তিপুৰৰ গোৱেংকা নার্ছিং হোমৰ সমীপত থকা এটা বাসগৃহত…

শেষ ডিচেম্বৰৰ শীতৰ প্রকোপত কঁপিছে অসম

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ শেষ ডিচেম্বৰৰ শীত প্রৱাহৰ প্রকোপত পৰিছে অসমো৷ শীতৰ প্রকোপ–কুঁৱলীৰ আচ্ছাদনে আজিৰ দিনটো বিশেষকৈ পুৱা আৰু নিশাৰ ভাগত জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্রাত কিছু পৰিমাণে বিৰূপ প্রভাৱ পেলায়৷ গুৱাহাটী মহানগৰীতেই পুৱা ঘন…

দলিত নেতাৰে বৈঠকত বহিব বিজেপি

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশৰ সর্বস্তৰৰ জনসাধাৰণে প্রতিবাদ অব্যাহত ৰখাৰ সময়তে ভাৰতীয় জনতা পার্টীয়ে দেশৰ দলিত সম্প্রদায়ৰ নেতাসকলক এই আইনৰ উপযোগিতা বুজোৱাৰ লক্ষ্য লৈছে৷ এই লক্ষ্যৰে কাইলৈ নতুন দিল্লীত…

লক্ষ্ণৌত প্রিয়ংকা গান্ধীক বাধা আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ  নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদৰ নামত হিংসাত্মক কার্যত জড়িত হোৱাৰ অভিযোগত গ্রেপ্তাৰ হোৱা প্রাক্তন আইপিএছ তথা সমাজকর্মী এছ আৰ ডাৰাপুৰীৰ আত্মীয়ক সাক্ষাতৰ বাবে আজি লক্ষ্ণৌত উপস্থিত হয় কংগ্রেছৰ সাধাৰণ সম্পাদক…

১২ ডিচেম্বৰৰ পৰা অসমত ভৰি থোৱা নাই এজনো দেশী-বিদেশী পৰ্যটকে

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে অসমৰ পৰ্যটন খণ্ডত বিৰূপ প্ৰভাৱ পেলোৱাৰ তথ্য দাঙি ধৰিলে দিল্লীত ট্যুৰ কনছালটেণ্টে । শনিবাৰে এখন সংবাদমেলত প্ৰকাশ কৰা এক উদ্বেগজনক তথ্য মতে, যোৱা ১২ ডিচেম্বৰৰ পৰা দেশ–বিদেশৰ…

বহল অন্তৰৰ সাধাৰণ মানুহবোৰ…

                                                         (১) এঠাইলৈ গৈ আছিলোঁ৷ এমাহমান আগৰ কথা৷ গৈ থাকোঁতে বাটৰ দাঁতিত বহা গুমটিৰ দোকান এখনৰ পৰা বিতোপন (স্বামী)–এ তামোল, চকলেট ইত্যাদি কিনিলে৷ পকেটৰ পৰা ১০টকীয়া নোট এখন উলিয়াই দোকানখনৰ মহিলা…

উচটনিমূলক বক্তব্যঃ মৃণাল শইকীয়াৰ বিৰুদ্ধে গর্জন যুৱ পৰিষদৰ

নিয়মীয়া বার্তা, ২৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক কেন্দ্র কৰি ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে বৃহস্পতিবাৰে বিজেপিৰ এগৰাকী বিধায়কে কৰা উচটনিমূলক মন্তব্যই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহত…

কলগাছিয়া–যোগীঘোপাত্ উৎখাত দুটা অবৈধ কাঠফলা মিল

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ জনিয়া সমষ্টিৰ পূব কলগাছিয়াত শনিবাৰে বন বিভাগ আৰু এছ এছ বি জোৱানে অভিযান চলায়৷ এই অভিযানত এটা অবৈধ কাঠফলা মিলৰ ভেটি উচ্ছেদ কৰাৰ লগতে মেচিনসহ লক্ষাধিক টকাৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ বৰপেটাৰোড আঞ্চলিক বন বিভাগৰ বন…

২০০৯ চনৰ পৰা ১২৫ কোটি আধাৰ কার্ড প্রদান

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ইউনিক আইডেণ্টিফিকেচন অথ’ৰিটী অৱ ইণ্ডিয়াই ঘোষণা কৰিছে যে এতিয়ালৈকে ভাৰতত ১২৫ কোটি আধাৰ কার্ড মুকলি কৰা হৈছে৷ ২০০৯ চনৰ পৰা দেশৰ ১২৫ কোটি লোকে ১২টা সংখ্যাৰ আধাৰ কার্ড লাভ কৰিছে বুলি কেন্দ্রীয় চৰকাৰৰ সূত্রত প্রকাশ৷…