নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকবিৰোধী প্রচাৰত শক্তিশালী ‘ভাৰতীয় লবী’

নিয়মীয়া বার্তা, ৩০ ডিচেম্বৰঃ পাকিস্তানৰ বিৰুদ্ধে আমেৰিকাত ভাৰতে শক্তিশালী প্রচাৰ চলাবলৈ সক্ষম হোৱাৰ মূলতে দেশখনত থকা ভাৰতীয় নাগৰিকসকল বুলি উল্লেখ কৰিছে পাক প্রধানমন্ত্রী ইমৰান খানে৷ অর্থাৎ আমেৰিকাত থকা ভাৰতীয় লবীয়ে পাকবিৰোধী প্রচাৰ তীব্রতৰ…

প্রতিবাদকাৰীক পাকিস্তানত বাস কৰাৰ নির্দেশ আৰক্ষী বিষয়াৰ

নিয়মীয়া বার্তা, ৩০ ডিচেম্বৰঃ উত্তৰপ্রদেশৰ মীৰাটত ‘কা’বিৰোধী প্রতিবাদত অংশগ্রহণ কৰা মুছলমান লোকসকলক অশালীন ব্যৱহাৰ কৰি পাকিস্তানত গৈ বাস কৰিবলৈ নির্দেশ দিয়া আৰক্ষী বিষয়া এজনৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল’ব চৰকাৰে৷ আৰক্ষী বিষয়াজনে মুছলমান…

ইতিহাসৰ গতিধাৰা আৰু সম্ভাৱিতা তত্ত

ইতিহাসৰ চর্চাত ‘হেঁতেন’ শব্দটোৰ কোনো স্থান নাই বুলি এচাম ইতিহাসবিদে ক’ব খোজে৷ কিন্তু নিজে ইতিহাস বিষয়ৰ আনুষ্ঠানিক ছাত্র নহ’লেও বিষয়টোৰ এজন আগ্রহী পাঠক হিচাপে পূর্বোক্ত কথাষাৰৰ সৈতে মই একমত নহওঁ৷ যিসকলৰ বাবে ইতিহাসৰ তাৎপর্য একমাত্র অতীত…

বছৰৰ অন্তিমটো দেওবাৰে পর্যটন ক্ষেত্রসমূহত সেৰেঙা পৰিৱেশ

নিয়মীয়া বার্তা, ৩০ ডিচেম্বৰঃ  ২০১৯ বর্ষৰ অন্তিমটো দেওবাৰে ভবা মতে দর্শনার্থীৰ আগমন নঘটিল মহানগৰীৰ পর্যটন ক্ষেত্রসমূহলৈ ৷ বিশেষকৈ খানাপাৰাস্থিত আঞ্চলিক বিজ্ঞান কেন্দ্র, পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র, অসম ৰাজ্যিক চিৰিয়াখানা আৰু…

মন্দাৱস্থাৰ প্রত্যাহ্বান

কেন্দ্রীয় চৰকাৰে ইটোৰ পাছত সিটোকৈ বিভিন্ন পদক্ষেপ গ্রহণ কৰিলেও দেশক আর্থিক মন্দাৱস্থাৰ পৰা মুক্ত কৰিব পৰা নাই৷ পৰিস্থিতি বর্তমানেও উদ্বেগজনক হৈয়ে আছে আৰু শীঘ্রে যে এই মন্দাৱস্থা দূৰ হ’ব, সেইটোও আশা কৰিব নোৱাৰি৷ ভাৰতীয় ৰিজার্ভ বেংক আৰু…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ যিকোনো কামকে ভাবি–চিন্তি কৰক৷ বাঞ্চিত ফল লাভত বাধা পাব৷ ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনৰ লগত আলোচনা কৰক৷ বিদ্যাত সিমান নিৰাশ নহ’ব৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২৷ বৃষঃ অন্তৰংগ বন্ধু–বান্ধৱীৰ লগত আনন্দ৷ অধিক কর্মবোজা পৰিলেও কিছু…

অৰুণাচল ইউনিভার্ছিটী অৱ ষ্টাডিজৰ দীক্ষান্ত সমাৰোহ

নিয়মীয়া বার্তা, ৩০ ডিচেম্বৰঃ অৰুণাচল ইউনিভার্ছিটী অৱ ষ্টাডিজত ৪থ দীক্ষান্ত সমাৰোহখন অলপতে নামছাইত অনুষ্ঠিত হয়৷ এই সমাৰোহত ২৮গৰাকী শিক্ষার্থীক স্বর্ণপদকৰ লগতে ৪৮৭গৰাকীক পি এইচ ডি, স্নাতকোত্তৰ আৰু স্নাতক ডিগ্রী প্রদান কৰা হয়৷ এই সমাৰোহত…

“নীতিশিক্ষা–ভূগোল স্কুলত সন্নিৱিষ্টৰ”- মন্ত্রী ভৱেশ কলিতা

নিয়মীয়া বার্তা, ৩০ ডিচেম্বৰঃ অসমত নীতিশিক্ষা, ভূগোল আদি বিষয়বোৰ অসমৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহত সন্নিৱিষ্ট কৰিবলৈ সময় হ’ল৷ পিতৃ– মাতৃ, শিক্ষাগুৰু আৰু জ্যেষ্ঠজনক যিসকলে মানে, তেওঁলোকে জীৱনত কোনোদিন পিছুৱাই আহিব নালাগে৷ –এই মন্তব্য মন্ত্রী…

ভণ্ড প্রেমিকৰ ব্লেকমেইলিংঃ ছাত্রীৰ আত্মহত্যা

নিয়মীয়া বার্তা, ৩০ ডিচেম্বৰঃ নগৰবেৰাত ভণ্ড প্রেমিকৰূপী কলেজীয়া ছাত্র নামিল ব্লেকমেইলিঙত৷ গোপন ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে প্রেমিকাৰ পৰা মোটা অংকৰ ধন দাবী কৰে এজন কলেজীয়া ছাত্রই৷ বিচৰা মতে ধন দিব নোৱাৰি লাজে–ভয়ে প্রতাৰিত প্রেমিকাই বাছি ল’লে…

যোৰহাটৰ উপায়ুক্তৰ কার্যালয়ত দুর্নীতি

নিয়মীয়া বার্তা,৩০ ডিচেম্বৰঃ যোৰহাটৰ উপায়ুক্ত কার্যালয়ত সংঘটিত এক বৃহৎ কেলেংকাৰিয়ে তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে জিলাখনত৷ উপায়ুক্ত কার্যালয়ৰে দীপক বৰা নামৰ এজন নিলম্বিত কর্মচাৰীয়ে জাল চহীৰে চি আই ডি এফ ফাণ্ডৰ প্রায় ৫০ লাখ টকা কৌশলেৰে…