নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০১৯ত ক্ৰিকেটৰ বিতৰ্ক

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ২০১৯ বৰ্ষত ভদ্ৰলোকৰ খেল ক্ৰিকেটত বহু বিতৰ্কই দেখা দিলে। বৰ্ষটোৰ আৰম্ভণিতে হাৰ্দিক পাণ্ডিয়া আৰু কে এল ৰাহুল কফী উইথ কৰণত মহিলাসকলক লৈ বিবাদিত মন্তব্য প্ৰদান কৰিছিল। ইয়াৰ উপৰিও পাকিস্তানৰ ক্ৰিকেটৰ দলৰ প্ৰাক্তন…

দৈজিং উৎসৱত দেশী-বিদেশী পৰ্যটকৰ ভিৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ উদুলি-মুদুলি দৈজিং । চিৰাঙত অসম পৰ্যটন বিভাগৰ উদ্যোগত বি টি চি পৰ্যটন বিভাগৰ সহযোগত চলি থকা দৈজিং উৎসৱৰ আজি চতুৰ্থ দিন ৷ আই নদীৰ পাৰত অনুষ্ঠিত দৈজিঙলৈ এইবাৰো আগমন ঘটিছে অসংখ্য দেশী-বিদেশী পৰ্যটকৰ । হাতী চাফাৰী,…

ক্ৰমাগত খহনীয়াঃ পুনৰ আৰক্ষীৰ জালত আলফা(স্বা)ৰ সদস্য

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ দেওবাৰে তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত নৱজিতিৰ পৰা চৰাইদেউ আৰক্ষী আৰু সাপেখাটী সেনা চাউনীৰ এক যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰে আলফা কেডাৰ লক্ষেশ্বৰ বৰুৱা ওৰপে ধূপ সিং ওৰফে লাৱাং অসমক । সেনা আৰক্ষীৰ এই…

২০১৯ চনত দেশে হেৰুৱা বিশিষ্ট ৰাজনৈতিক নেতাসকল

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ২০১৯ বৰ্ষত ভাৰতে কেইবাজনো দক্ষ ৰাজনৈতিক নেতা হেৰুৱালে। প্ৰিয় নেতাকেইজনৰ মৃত্যুত দেশত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছিল। মনোহৰ পাৰিকৰঃ বিজেপিৰ জেষ্ঠ নেতা তথা গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰে ১৭ মাৰ্চত ইহলীলা সম্বৰণ…

ডিমৌত আলফাৰ নামত ধনদাবীঃ এজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ আলফাৰ নামত ধনদাবী কৰাৰ অভিযোগত শিৱসাগৰৰ ডিমৌ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন যুৱকক । আৰক্ষীয়ে ডিমৌৰ ৰাজমাইৰ পৰা গ্ৰেপ্তাৰ কৰে চাবুৱাৰ আব্দুল তাফজল নামৰ যুৱকজনক । আব্দুল তাফজলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'লেও আন…

চৰাই নিধন কৰিলে ৫০০০ টকাৰ জৰিমনা , হ’ব এঘৰীয়া

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ শীতৰ আগমনৰ লগে লগে পৰিভ্ৰমী পক্ষীৰ বসতিস্থল হৈ পৰে টিংখাঙৰ গেলা-দিচাং কদমনি বিল । নীলাৰঙী কাম চৰাইৰ স্থায়ী বসতিস্থলত পৰিণত হোৱা গেৱা-দিচাং কদমনি বিললৈ শীতকাল আহিলেই আগমন ঘটে ভিন্ন পৰিভ্ৰমী পক্ষী । এই মনোমোহা…

অসমীয়া ভাষাটো সহযোগী নহয় ৰাজ্যিক ভাষাহেঃমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ "অসমীয়া ভাষাটো সহযোগী নহয় ৰাজ্যিক ভাষাহে৷ ইংৰাজী মাধ্যমত অসমীয়া ভাষা বাধ্যতামূলক হ’ব লাগে৷অসমীয়া ভাষাটো চৰকাৰী ভাবে নিঃশেষ নহয়৷আমি ৰাইজেহে ভাষাটো নিঃশেষ কৰিব ওলাইছোঁ৷” এই মন্তব্য মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ৷ ২৭…

বঙাইগাঁৱৰ উত্তৰ মাজগাঁৱত প্ৰকাণ্ড বনৰৌ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ দেওবাৰে সন্ধিয়া বঙাইগাঁও বন বিভাগৰ বিশেষ সুৰক্ষা বাহিনীৰ দল এটাই অভিযান চলাই প্ৰকাণ্ড বনৰৌ এটা উদ্ধাৰ কৰে ৷ দলটোৱে এক গোপন সূত্ৰৰ পমখেদি চহৰখনৰ সমীপৱৰ্তী উত্তৰ মাজগাঁওস্থিত অসামৰিক চিকিৎসালয়ৰ সমীপত অভিযান চলাই…

এছিয়াৰ প্ৰথমখন চিৰিয়াখানাত এতিয়া পক্ষীৰ কলকলনি

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ শিৱসাগৰ জিলাত অৱস্থিত এছিয়াৰ প্ৰথমখন চিৰিয়াখানা এতিয়া পৰিভ্ৰমী পক্ষীৰ কাকলিৰে মুখৰিত হৈ পৰিছে । স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ ৰাজত্বকালত ১৬৯৬ খ্ৰীষ্টাব্দৰ পৰা ১৭১৪ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা এছিয়াৰ এই প্ৰথম…

সেনাৰ অমানৱীয় অত্যাচাৰত কৃষকৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ কৃষকৰ লগত পিষ্টল থকাৰ অপৰাধ আৰু উগ্ৰপন্থী সজাই অকথ্য নিৰ্যাতন সেনাৰ ৷বাক্সাৰ শিমলাস্থিত ৯ নং জাট ৰেজিমেণ্টৰ সেনাৰ দ্বাৰা এই অমানৱীয় কাণ্ড সংঘটিত হৈছে ৷সেনাৰ অকথ্য শাৰীৰিক নিৰ্যাতন সহিব নোৱাৰি অৱশেষত কালেন্দ্ৰ…