নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলিভিয়াৰ অস্থিৰতা

লেটিন আমেৰিকাৰ কেইবাখনো দেশত ৰাজনৈতিক অস্থিৰতা তুংগত উঠিছে। চিলি ভেনিজুৱেলা-কলম্বিয়াকে ধৰি কেইবাখনো দেশত চৰকাৰ বিৰোধী বিক্ষোভ তীব্ৰতৰ হোৱাৰ সময়তে বলিভিয়াত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ছ'চিয়েলিষ্ট নেতা ইভো ম'ৰালেছে প্ৰৱঞ্চনাৰ আশ্ৰয় লোৱা বুলি…

কয়লা খননক লৈ সংসদত সৰৱ প্ৰদ্যুৎ বৰদলৈ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ তিনিচুকীয়াৰ বৰ্ষাৰণ্যত চলি থকা অবৈধ কয়লা খননক লৈ বুধবাৰে লোকসভাৰ মজিয়াত পুনৰ সৰৱ হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ । সদনৰ শূন্যকালত বৰ্ষাৰণ্যৰ ধ্বংসকাৰ্যৰ সবিশেষ তথ্য় দাঙি ধৰি কংগ্ৰেছৰ সাংসদ বৰদলৈয়ে শীঘ্ৰে সমস্ত ঘটনাৰ…

বিধানসভাত CAB, NRC : শুই শুই প্ৰতিবাদ কংগ্ৰেছৰ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ আজিৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনত সদনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে । কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়াই এ আই ইউ ডি এফ দলে । সদনৰ ভিতৰত প্ৰথমে হাতত প্লেকাৰ্ড লৈ নাগৰিকত্ব…

জাগুন-মাৰ্ঘেৰিটা-লিডুত ব্যাপক হাৰত চলিছে কয়লাৰ অবৈধ খনন-পৰিবহন

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ ৰাজ্যত অব্যাহত থকা কয়লা ছিণ্ডিকেটক লৈ পুনৰ সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ । বুধবাৰে গুৱাহাটীত এখন সংবাদমেলত গগৈয়ে কয় যে জাগুন-মাৰ্ঘেৰিটা-লিডুত সাংঘাতিক ৰূপত পুনৰ কয়লা ছিণ্ডিকেট আৰম্ভ…

‘কেব’ৰ বিৰোধিতাত অটল কনৰাড চাংমা

নিয়মীয়া বাৰ্তা,২৮ নৱেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ বাবে ভাবুকি কঢ়িয়াই অনা কেন্দ্ৰৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰো সবল ভূমিকা ল'ব শাসকীয় বিজেপিৰ সহযোগী দল নেচনেল পিপলছ পাৰ্টী চমুকৈ এন পি পিয়ে । দলৰ সভাপতি তথা মেঘালয়ৰ…

অন্তিম দুটা দিনত উত্থাপন হ’ব ‘কেব’

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ এতিয়াই সংসদৰ মজিয়াত উত্থাপন নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক । বিতৰ্কিত বিধেয়কখন সংসদত উত্থাপন কৰাৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ…

ভূটান-নেপালৰ উমাল বস্ত্ৰৰে ভৰিছে মহানগৰীৰ বজাৰ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ আকৌ আহিল শীত । কুঁৱলীৰ আচ্ছাদনৰ লগতে উমাল কাপোৰৰ উভৈনদীয়ে আগলি বতৰা কঢ়িয়াইছে শীতৰ আগমনৰ । শীতৰ আগলি বতৰা লৈ মহানগৰীত উপস্থিত হৈছে ভূটান, নেপাল, তিৰ্ব্বত আদি দেশৰ ব্যৱসায়ীসকল । যাৰ বাবে বহিঃৰাষ্ট্ৰৰ বিভিন্ন উমাল…

আজি মহাৰাষ্ট্ৰৰ মচনদত বহিব উদ্ধৱ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ মায়ানগৰী মুম্বাইস্থিত ঐতিহাসিক শিৱাজী পাৰ্কত আজি সামৰণি পৰিব মহাৰাষ্ট্ৰৰ মাহজোৰা মহাড্ৰামা । শিৱসেনা, এন চি পি আৰু কংগ্ৰেছৰ মিত্ৰজোঁট মহাৰাষ্ট্ৰ বিকাশ আঘাড়ীৰ নেতা তথা শিৱসেনাৰ মূৰব্বী উদ্ধৱ থাকৰেই সন্ধিয়া…

নাৰেংগীৰ সেনা ছাউনীত গজৰাজৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে বুধবাৰে মহানগৰীৰ নাৰেংগী সেনা ছাউনীত এটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় । খাদ্যৰ সন্ধানত সন্ধিয়া আমচাং অভয়াৰণৰ পৰা ওলাই অহা প্ৰকাণ্ড বনৰীয়া হাতীটো নাৰেংগী…

ওদালগুৰিৰ ভূটান সীমান্তত অসম গৌৰৱ এশিঙীয়া গঁড়

নিয়মীয়া বার্তা, ২৮ নৱেম্বৰঃ এইবাৰ চুবুৰীয়া ৰাষ্ট্র ভূটানৰ জনসাধাৰণৰ সন্মুখত অসমৰ ঐতিহ্যৰ লগত পৰিচয় কৰাব অসম গৌৰৱ এশিঙীয়া গঁড়ে ৷ কেৱল গঁড়েই নহয়, অসমীয়া গামোচা, জাপিৰ লগতে বড়ো জনগোষ্ঠীৰ আৰণাইৰ লগতে বিভিন্ন প্রতীক প্রতিফলিত কৰা হৈছে…