নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কেব’ গৃহীত হ’লে বাঙালীৰ আগ্রাসন হ’বঃ নেকিবুৰ জামান

নিয়মীয়া বার্তা, ২৬ নৱেম্বৰঃ "গৰিয়া–মৰিয়া দেশী জনগোষ্ঠীৰ উন্নয়ন আৰু প্রাপ্য দিয়াৰ বাবে চৰকাৰৰ দায়িত্ব আছে ৷ অসমৰ ইতিহাসত ৰাভা, বডো, তিৱাকে ধৰি সকলো জনগোষ্ঠীৰ সমান্তৰালভাৱে এই জনগোষ্ঠীয়ে অসমৰ প্রতিটো দুর্যোগৰ সময়ত আগুৱাই আহিছিল ৷ তাৰ ইতিহাস…

লাভ জেহাদঃ শৰ্মা উপাধিৰে কিশোৰীক জালত পেলাই ৰঙাঘৰলৈ মাইনুল

নিয়মীয়া বার্তা, ২৬নৱেম্বৰঃ বিশ্ব হিন্দু পৰিষদৰ পদক্ষেপ আৰু নলবাৰী আৰক্ষীৰ উদ্যোগত পুনৰ এজন লাভ জেহাদী আটক হৈছে ৷ সোমবাৰে এটা বিবৃতিত বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি ঈশ্বৰ চন্দ্র গোস্বামী আৰু সাধাৰণ সম্পাদক কমলেশ্বৰ ৰাজবংশীয়ে…

“ডেৰশ বছৰত অসমত মুছলমানৰ সংখ্যা ১.৭৪ লাখৰ পৰা ১.১২ কোটিলৈ বৃদ্ধি”-কলিতা সন্মিলনী

নিয়মীয়া বার্তা, ২৬ নৱেম্বৰঃ ৬০ লাখ বাংলাদেশী (মুছলমান)ৰ আগ্রাসনক প্রতিৰোধ কৰাৰ নামত আছু আৰু গণ সংগ্রাম পৰিষদৰ যৌথ নেতৃত্বত ১৯৭৯ চনৰ পৰা অসমত বাস কৰা খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ স্থায়িত্ব আৰু একক পৰিচয় অক্ষুণ্ণ ৰখাৰ স্বার্থত চলা অসম আন্দোলনৰ…

অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনঃ ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ পদক্ষেপ গ্রহণ

নিয়মীয়া বার্তা, ২৬ নৱেম্বৰঃ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনলৈ মাজত মাত্র ৬৫ দিন বাকী ৷ ইতিমধ্যে অধিৱেশনৰ প্রস্তুতি পূর্ণোদ্যমে চলিছে ৷ আদৰণী সমিতিৰ প্রতিখন উপ–সমিতিয়ে নিজৰ নিজৰ কামত অগ্রসৰ হৈছে ৷ ইতিমধ্যে ৰাজ্যৰ গড়কাপ্টানী বিভাগে…

ৰান্ধনীৰ ৰন্ধন গেছত চকু মাইক্র’ফাইনেঞ্চৰঃ কিস্তিৰ ধন নাপাই নিলে চিলিণ্ডাৰ

নিয়মীয়া বার্তা, ২৬ নৱেম্বৰঃ চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত মাইক্র’ফাইনেঞ্চ কোম্পানীৰ দৌৰাত্ম্য অব্যাহত আছে ৷ গাঁৱৰ মহিলাক স্বাৱলম্বী কৰাৰ নামত অত্যধিক সুদত জধেমধে ঋণ দিয়াৰ ফলত সর্বস্বান্ত হৈছে গাঁৱৰ মহিলাসকল ৷ কিস্তি সময় মতে দিব নোৱাৰাৰ বাবে…

বাঁহৰ টুকুৰাৰে অভিনৱ ভাস্কর্য জামুগুৰিহাটৰ তজিৰুলৰ

নিয়মীয়া বার্তা, জামুগুৰিহাট, ২৬ নৱেম্বৰঃ জামুগুৰিহাটৰ এগৰাকী প্রচাৰবিমুখ যুৱ ভাস্কর্য শিল্পী ৷ নাম তজিৰুল হক ৷ যিগৰাকী যুৱ ভাস্কর্য শিল্পীৰ হাতৰ পৰশত এতিয়া প্রাণ প্রাই উঠিছে বাঁহৰ টুকুৰাই ৷ জামুগুৰিহাটৰ বাকোলা গাঁৱৰ এইগৰাকী ভাস্কর্য শিল্পী…

পথাৰ অথবা চাহ-বাগিচা নহয়, এইবাৰ নামঘৰত গজৰাজ

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ গোলাঘাট জিলাৰ মৰঙি মৌজাত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস । দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা বন্যহস্তী এইবাৰ প্ৰৱেশ কৰে নামঘৰত । ৫ নং ৰংবং অঞ্চলৰ নামঘৰত প্ৰৱেশৰ পাচতেই কাষৰীয়া ধাননি পথাৰত ধান খাই তহিলং কৰে বন্যহস্তীৰ…

এতিয়াৰে পৰা প্ৰাক্তন প্ৰধান মন্ত্ৰীৰ পৰিয়ালে নাপাব এছ পি জিৰ সুৰক্ষা

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ এতিয়াৰে পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়ালক কোনো ধৰণৰ এছ পি জি সুৰক্ষা প্ৰদান কৰা নহয়। কেন্দ্ৰীয় চৰকাৰে লোকসভাত আজি এছ পি জি সুৰক্ষা সম্পৰ্কীয় বিলখন উত্থাপন কৰা হয়। এই নতুন বিলখনৰ মতে বৰ্তমানৰ…

নৰেন্দ্ৰ মোডী সম্পৰ্কে মিছা বাতৰিঃ বাংলাদেশৰ ২ কাকতলৈ জাননী

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ নৰেন্দ্ৰ মোডী সম্পৰ্কে ভিত্তিহীন বাতৰি প্ৰচাৰৰ পাচতেই এতিয়া বাংলাদেশৰ দুখন দৈনিক কাকতলৈ বাখ্যা বিচাৰি জাননী প্ৰেৰণ কৰিছে বাংলাদেশ তথ্য মন্ত্ৰালয়ে । বাবৰি মছজিদ আৰু ৰাম মন্দিৰ বিতৰ্কৰ কথা বাংলাদেশৰ দৈনিক কাকতসমূহেও…

তেজপুৰত যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় লাচিত দিৱসত ড০ চন্দন কুমাৰ শর্মা

নিয়মীয়া বাৰ্তা, তেজপুৰ, ২৫ নৱেম্বৰঃ সাম্প্রতিক অৱস্থাত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ মাজত সংহতিৰ অভাৱ ঘটিছে৷ যাৰ বাবে জাতীয় জীৱনৰ ধূসৰ ছবিখন পৰিস্ফুট হৈ পৰিছে৷ লাচিত বৰফুকন আছিল সংহতিৰ প্রতীক৷ তাহানি অসমৰ সকলো শ্রেণীৰ জনসাধাৰণক ঐক্যবদ্ধ কৰি…