নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিংক টেষ্টত প্ৰথম বেটিং বাংলাদেশৰ

আজিৰ পৰা আৰম্ভ হ'ব ঐতিহাসিক দিবা-নৈশ টেষ্ট ক্ৰিকেট কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব এই টেষ্ট ইতিমধ্যেই ইডেনত উপস্থিত দুয়োটা দল বাংলাদেশে টছত জয়ী হয় বেটিঙৰ সিদ্ধান্ত এই ঐতিহাসিক টেষ্ট মেচত দৰ্শক হিচাপে উপস্থিত আছে বাংলাদেশৰ…

সম্পন্ন হ’ল ভাৰতৰ অন্যতম কনিষ্ঠ সাংসদ আগাথা চাংমাৰ বিয়া

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ বৃহস্পতিবাৰে সম্পন্ন হ'ল লোকসভাৰ সাংসদ আগাথা চাংমাৰ বিয়া । দীৰ্ঘদিনৰ প্ৰেমিক ডা০ পত্ৰিক ৰংগমা মাৰাকৰ সৈতে বৃহস্পতিবাৰে বিবাহ পাশত আৱদ্ধ হয় সাংসদগৰাকী। লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ আগিটক চাংমাৰ জীয়ৰী আগাথা হ’ল…

খানাপাৰাত দাওদাওকৈ জ্বলিল নৈশ বাছ

বৃহস্পতিবাৰে নিশা খানাপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত দাওদাওকৈ জলিল এখন নৈশবাছ গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখী আছিল নৈশ বাছখন যান্ত্ৰিক বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ কথা উল্লেখ কৰে বাছ চালকে প্ৰায় ৫০ গৰাকী যাত্ৰী আছিল বাছখনত…

ডিটেনচন কেম্পত আবদ্ধ বঙাইগাঁৱৰ ৭ গৰাকী বন্দীক মুক্তি

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ বঙাইগাঁৱৰ বিভিন্ন অঞ্চলৰ মহিলাসহ সাতগৰাকী ডিটেনচন কেম্পৰ বন্দীক বৃহস্পতিবাৰে জামিনত মুক্তি প্ৰদান কৰে । ইয়াৰে তিনিজন যোগীঘোপাৰ । ডিটেনচন কেম্পৰ পৰা মুক্তি লাভ কৰা এই তিনিজন ক্ৰমে ঘোগীঘোপা থানাৰ অন্তৰ্গত ঔডুবিৰ…

কলিয়াবৰত বান সাহায্যৰ নামত প্ৰৱঞ্চনা বন্যাৰ্তকঃ ফাইলতে আবদ্ধ তদন্ত প্ৰক্ৰিয়া

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ চৰকাৰী মেৰপেঁচত বন্দী হৈ বান সাহায্যৰ ধনো নাপালে নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো ৰাজহ গাঁৱৰ ৪,৯৪৮ গৰাকী বন্যাৰ্তই । বিগত ২০১৮ বৰ্ষৰ আগষ্ট মাহতেই এই বন্যাৰ্ত লোকসকলৰ মাজত বান সাহায্যৰ ধন অনুমোদনৰ…

নতুন ভূমি নীতি, ২০১৯ আনুষ্ঠানিকভাৱে উন্মোচন মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বৃহস্পতিবাৰে মুখ্যমন্ত্রীৰ সভাকক্ষত ৰাজ্যৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে ছপা কৰি প্রস্তুত কৰি উলিওৱা নতুন ভূমি নীতি, ২০১৯ আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷ উল্লেখ্য যে যোৱা ২১…

আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত চর্চিত ‘আমিষ’ আজি ছবিগৃহলৈ

গুৱাহাটী, ২২ নৱেম্বৰঃ এটি সুন্দৰ প্রেম কাহিনীক আধাৰ হিচাপে লৈ বলীউদৰ জনপ্রিয় প্রযোজক–পৰিচালক অনুৰাগ কাশ্যপৰ দ্বাৰা নির্মিত ‘আমিষ’ ছবিখন শুকুৰবাৰে ৰাজ্যৰ কেইবাটাও ছবিগৃহত মুক্তি লাভ কৰিব ৷ অনুৰাগ কাশ্যপৰ দ্বাৰা নির্মিত ছবিখনৰ কাহিনী…

পাঁচশ বছৰৰ বিবাদ মাত্ৰ ৪৫ মিনিটতে সমাধান উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্ক, ২১ নৱেম্বৰঃ ৫০০ বছৰৰ এক বিবাদ মাত্ৰ ৪৫ মিনিটতেই সমাধান কৰাৰ পাছত মহামান্য উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনালে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । দেশৰ গণতন্ত্ৰ আৰু বিচাৰ ব্যৱস্থা এতিয়াও অধিক শক্তিশালী বুলি উল্লেখ কৰি…

IIT গুৱাহাটীত জাপানৰ ছাত্ৰৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা,২১ নৱেম্বৰঃ গুৱাহাটী আই আই টিৰ লুইত ছাত্ৰাৱাসত জাপানৰ এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ । ক'ট' অ'ন'ডা নামৰ জাপানৰ গিফু বিশ্ববিদ্যালয়ৰ ছাত্ৰজনে আই আই টি গুৱাহাটী ইণ্টাৰ্ণশ্বিপ কৰি আছিল । বৰ্তমানলৈকে ছাত্ৰজনে কি কাৰণে আত্মহত্যাৰ পথ…

বিষয় অধ্যাপক ফিৰোজ খানঃ প্ৰতিবাদৰ মাজতে মুকলি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগ

ডিজিটেল ডেস্ক, ২১ নৱেম্বৰঃ দুসপ্তাহৰ পাচত মুকলি হ'ল বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগ । অৱশ্যে বিভাগ মুকলিৰ পিচতো অব্যাহত আছে ছাত্ৰ সমাজৰ প্ৰতিবাদ । বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ মান বজাত অধ্যাপক সকলৰ উপস্থিতিত বিভাগ মুকলি কৰা হয় যদিও…