নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেবলফক্স সন্মানঃ বিশ্বৰ অন্যতম শক্তিশালী মহিলা মিত্ৰা কলিতা

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ আমেৰিকা নিৱাসী অসমীয়া মহিলা মিত্ৰা কলিতাক বিশ্বৰ অন্যতম ক্ষমতাশালী মহিলা হিচাপে সন্মানীত কৰিছে আগশাৰীৰ মিডিয়া কোম্পানী কেবলফক্স । বিশ্বৰ সংবাদ জগতৰ শীৰ্ষ পদত থকা মহিলাসকলৰ মাজৰ পৰা প্ৰতিবছৰেই কেবলফক্স তেওঁলোকৰ…

পলকতে আজিৰ দিনটো-

আজি বুধবাৰ অসমীয়া তাৰিখ অনুসৰি ৪ আঘোণ, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ২১ নৱেম্বৰ, ২০১৯ চন ১৯৬৩ ত ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সূচনা ১৬৯৪ ত ফৰাচী দাৰ্শনিক ভল্টেয়াৰৰ জন্ম ১৮৯৭ ত সাহিত্যিক নিৰোদ চি চৌধুৰীৰ জন্ম ২০০৪ ত দিছপুৰত স্থায়ী…

ৰাজপথত কিয় তীক্ষ্ণদৃষ্টি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ

কাজিৰঙা, ২১ নবেম্বৰঃ কাজিৰঙাত অধিক সক্ৰিয় হৈ উঠিছে বন বিভাগ। ৰাজপথত তীক্ষ্ণদৃষ্টি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ। উদ্যানখনৰ বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত উদণ্ড চালকক নাকী লগাবলৈ কঠোৰ হৈছে ৰাষ্ট্ৰীয় উদ্যান…

“কেব সন্দৰ্ভত পূৰ্বৰ স্থিতিত অটুট আছে অগপ”- কেশৱ মহন্ত

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ "কেব প্ৰসংগক লৈ বিজেপিৰ সৈতে অগপ দলে মিত্ৰতা ভংগ কাৰৰ পাছত পুনৰ মিত্ৰতাত আবদ্ধ হোৱাৰ সময়তে কেব উত্থাপন কৰাৰ সময়ত অগপৰ সৈতে আলোচনাৰ প্ৰতিশ্ৰুতি দিছিল । গতিকে বিজেপিয়ে এতিয়াও বিধেয়কখথন সন্দৰ্ভত অগপৰ সৈতে আলোচনা কৰা…

যুৱতীৰ অশ্লীল ফটো ভাইৰেল ভণ্ড প্ৰেমিকৰ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ কোকৰাঝাৰৰ কাশীপাৰাৰ তৌফিক ৰহমান নামৰ এজন যুৱকে এগৰাকী যুৱতীক প্ৰেমৰ জালত বন্দী কৰি পিছত অন্তৰংগ মুহূৰ্তৰৰ ফটো আৰু ভিডিঅ' ভাইৰেল কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কাশীপাৰাৰ তৌফিকে প্ৰথমে প্ৰেমৰ সম্পৰ্ক গঢ়ি…

দিবা-নৈশ খেল আৰু পিংক বল

ক্ৰিকেট বিশ্ৱত ভাৰতেই হ'ল বৃহত্তম দেশ। সেয়ে দৰ্শক অনুগামীৰ সংখ্যাও বেছি। ভাৰতীয় ক্ৰিকেট কন্ট্ৰ'ল ব'ৰ্ড ঐশ্বৰ্যশালী আৰু প্ৰভাৱশালী হোৱাৰো এয়া হ'ল মূল কাৰণ। মূখ্য়ত: সীমিত অ'ভাৰৰ ক্ৰিকেটৰ জনপ্ৰিয়তাৰ সমান্তৰালভাৱে ভাৰতীয় ক্ৰিকেট ধনী হৈছে যদিও…

অৱসৰৰ পিছত জন্মভূমিত ভৰি দিলে পত্নী-পুত্ৰসহ ৰঞ্জন গগৈয়ে

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণৰ পিছত বুধবাৰে গুৱাহাটীত উপস্থিত হয় নিযায়াধীশ ৰঞ্জন গগৈ । সন্ধিয়া ৫ বজাত বিমানযোগে তেওঁ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় ।…

ব্যক্তিগতকৰণ নহয় নুমলীগড় শোধনাগাৰ

ব্যক্তিগতকৰণ নহয় নুমলীগড় শোধনাগাৰ ব্য়ক্তিগতকৰণৰ পৰা বাহিৰত ৰখা হৈছে শোধনাগাৰটো এই ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ NRLৰ ব্য়ক্তিগতকৰণৰ বিৰুদ্ধে চলিছিল ব্যাপক প্ৰতিবাদ সংসদটো একাংশ সাংসদতে প্ৰতিবাদ কৰিছিল…

কাজাখস্তানত হ’ব ভাৰত-পাকৰ ডেভিছ কাপৰ মেচ

নিয়মীয়া বাৰ্তা,২০ নৱেম্বৰঃ দীৰ্ঘদিনীয়া বিতৰ্ক আৰু উৎকণ্ঠাৰ অন্ত পেলাই আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনে ভাৰত-পাকিস্তানৰ বহু প্ৰত্যাশিত ডেভিছ কাপৰ মেচখন কাজাখস্তানলৈ স্থানান্তৰিত কৰিছে । খেলুৱৈ আৰু বিষয়ববীয়াসকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ প্ৰতি…

সদ্য প্ৰকাশিত এন আৰ চি বাতিল কৰক কেন্দ্ৰইঃ মন্ত্ৰী শৰ্মা

গুৱাহাটী ২০ নৱেম্বৰঃ অসম চৰকাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ লগতে অসমতো পুনৰ এন আৰ চিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি ঘোষণা কৰাৰ লগে লগে অসম চৰকাৰে এই ঘোষণাক আদৰণি জনাইছে। অসম চৰকাৰৰ বিত্ত তথা স্বাস্থ্য লগতে গড়াকপ্তানি মন্ত্ৰী ড০ হিমন্ত…