নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত ভঙাগড় পাহাৰ

নিয়মীয়া বাৰ্তা,১৬ নৱেম্বৰঃ বিভিন্ন অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত হৈছে মহানগৰীৰ ভঙাগড় পাহাৰ অঞ্চল । একাংশ নিচাসক্ত লোকৰ মদ-ভাঙৰ আড্ডাত পৰিণত হোৱাত এতিয়া সৰ্বসাধাৰণ লোকসকলৰ লগতে শিক্ষাৰ্থীসকল আতংকিত হ'বলগীয়া হৈছে । কিয়নো নিশাৰ আন্ধাৰ দূৰৰে…

স্ৱচ্ছতাৰ বাবে উৎসৰ্গিত অভয়াপুৰীৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষক

অভয়াপুৰীঃ আমাৰ সমাজত এনে কিছুমান লোক আছে যিয়ে নিস্ৱাৰ্থভাৱে সমাজৰ বাবে সেৱা আগবঢ়াই আহিছে। প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যক ধৰি ৰখাৰ বাবে কিছুলোকে নিজৰ জীৱনকো উৎসৰ্গা কৰা উদাহৰণ সমাজত বিৰল নহয়। তেনে এক উদাহৰণ অভয়াপুৰীৰ অৱসৰপ্ৰাপ্ত শিক্ষক নগেন্দ্ৰ…

ডিটেনচন কেম্পৰ পৰা মুকলি হোজাইৰ ১০ বিদেশী ঘোষিত নাগৰিক

হোজাইঃ হোজাইৰ বিদেশী ঘোষিত ১০গৰাকী লোকক অৱশেষত মুকলি আকাশৰ তলত। উল্লেখ্য যে ডিটেনচন কেম্পত ৩বছৰৰ অধিক কাল কটোৱা বিদেশীক চৰ্ত সাপেক্ষে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। সেই মৰ্মে শুকুৰবাৰে গোৱালপাৰা, তেজপুৰ, কোকৰাঝাৰ ডিটেনচন…

২৪ ঘণ্টাৰ পাচত উদ্ধাৰ দেৱযানীৰ মৃতদেহঃ মাতৃক শাস্তিৰ দাবী স্থানীয় ৰাইজৰ

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ দিখৌ নদীত উদ্ধাৰ দেৱযানী দাস নামৰ ৭ বছৰীয়া শিশুটিৰ মৃতদেহ । প্ৰথম শ্ৰেণীত অধ্যয়নৰত শিশুটিৰ মৃতদেহ শনিবাৰে দিনৰ ১১.৩০ বজাত উদ্ধাৰ হোৱাৰ পাচতেই এতিয়া কন্যা হত্যাকাৰী মাতৃ অনুপমা দাসৰ কঠোৰতম শাস্তিৰ দাবী তুলিছে…

ৰাহুল গান্ধীৰ মিথ্যাচাৰঃ ক্ষমা খোজাৰ দাবীত দেশজুৰি বিজেপিৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা,১৬ নৱেম্বৰঃ ৰাফেল যুদ্ধবিমান চুক্তিৰ তদন্ত বিচাৰি পুনৰীক্ষণ আবেদন খাৰিজ কৰি বৃহস্পবতিবাৰে উচ্চতম ন্যায়ালয়ে মোডী চৰকাৰক ক্লীনশ্বীট দিয়াৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি । ৰাফেল যুদ্ধবিমানক লৈ…

দুৰ্ঘটনাত মৃত্যু হৈছিল মহাত্মা গান্ধীৰ !

নিউজ ডেস্ক, ১৬ নৱেম্বৰঃ জাতিৰ জনক মহাত্মা গান্ধীৰ মৃত্যু হৈছিল দুৰ্ঘটনাত । এই কথা আমাৰ নহয় , ওড়িশাৰ চৰকাৰী বিদ্যালয়ৰ পুস্তিকাত মহাত্মাৰ মৃত্যু দুৰ্ঘটনা বুলি প্ৰকাশ পোৱাৰ পিছতেই এতিয়া ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া । ৰাজনৈতিক নেতা তথা…

শীঘ্ৰেই ৰীমা দাসৰ ‘ছানছাইন ড্ৰীমাৰ্ছ’ৰ প্ৰিমিয়াৰ

নিয়মীয়া বাৰ্তা,১৬ নৱেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি নিৰ্মাতা অসম কন্যা ৰীমা দাসৰ নতুন ছবি 'ছানছাইন ড্ৰীমাৰ্ছ'ৰ শীঘ্ৰেই প্ৰিমিয়াৰ অনুষ্ঠিত হ'ব । ব্ৰাজিলৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ছবি পৰিচালকগৰাকীয়ে সদৰী কৰিছে এই তথ্য । উল্লেখ্য যে,…

পলকতে আজিৰ দিনটো

আজি শনিবাৰ অসমীয়া তাৰিখ অনুসৰি ২৯ কাতি ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ১৬ নৱেম্বৰ , ২০১৯ চন ১৮৯৪ চনত বুৰঞ্জীবিদ-সাহিত্যিক বেণুধৰ শৰ্মাৰ জন্ম ১৯৫২ চনত কোকৰাঝাৰত বড়ো সাহিত্য সভা গঠন ১৮৩৫ চনত ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ বাৰাণসীত জন্ম…

বিশেষ কাৰ্যসূচীৰে আজি ধেমাজিলৈ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা,১৬ নৱেম্বৰঃ ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত, গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিনযোৰা কাৰ্যসূচীৰে আজি ৰাওনা হৈছে ধেমাজিলৈ । পুৱা ১০.৩০ বজাত বৰঝাৰস্থিত বিমানবন্দৰৰ পৰা ডিব্ৰুগড় অভিমুখে ৰাওনা হোৱাৰ পাচত বগীবিল…

সচিবালয়ত স্থাপন হ’ব ভাস্কৰ বৰ্মা-চুকাফা-নৰনাৰায়ণৰ প্ৰতিমূৰ্তিঃ ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ সংস্কৃত আমাৰ সভ্যতা , সংস্কৃত ভাষাৰ এটা দৈৱিক গুণ এয়ে যে সংস্কৃত এবাৰ পঢ়িলে মনত থাকে । অসম সচিবালয় চৌহদত নৰনাৰায়ণ , চুকুফা আৰু কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে । এই…