নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত দিন ডকাইতি

গুৱাহাটীঃ মহানগৰীৰ তেতেলীয়াত দিন ডকাইতিৰ ঘটনা। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংঘটিত হৈছে এই ঘটনা। বাইকত অহা ডকাইতে লুটিলে প্ৰায় ৯ লাখ টকা এটা পে'ট্ৰল পাম্পৰ কৰ্মচাৰীয়ে বেংকত জমা থ'বলৈ গৈছিল ধনখিনি। ডকাইতৰ আক্ৰমণত আহত শংকৰ নামৰ এজন কৰ্মচাৰী।…

ইন্দোৰ টেষ্টত চালকৰ আসনত ভাৰত

নিউজ ডেস্ক ১৪ নৱেম্বৰঃ ভাৰত আৰু বাংলাদেশৰ মাজত ইন্দোৰত অনুষ্ঠিত প্ৰথম খন টেষ্ট ক্ৰিকেটৰ প্ৰথমটো দিনত বাংলাদেশে আটাইকেইটা উইকেট হেৰুৱাই ১৫০ ৰাণ সংগ্ৰহ কৰিছে। দিনটোৰ অন্তলৈকে ভাৰতীয় দলটোৱে নিজৰ প্ৰথমটো উইকেট হেৰুৱাই ৮৬ ৰাণ সংগ্ৰহ কৰিছে।…

শিশু দিৱস উপলক্ষ্যে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

গুৱাহাটী, ১৪ নৱেম্বৰঃ আজি শিশুদিৱস । দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে এই দিনটো শিশুদিৱস হিচাপে সমগ্ৰ দেশজুৰি পালন কৰা হয় । বৃহস্পতিবাৰে পুৱাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো শিশুকে টুইট…

বৰ্তমানৰ চৰকাৰ উন্নয়নমূলক নহয়, উৎসৱমূলক চৰকাৰ

গুৱাহাটীঃ 'ৰঞ্জন গগৈয়ে এখন শুদ্ধ NRC দিব নোৱাৰিলে' সংবাদমেলত এই মন্তব্য তৰুণ গগৈৰ। CAB আহিলে অৰ্থহীন হৈ পৰিব NRC। NRC সম্পূৰ্ণ নোহোৱাকৈ প্ৰতীক হাজেলাক যাবলৈ দিব নালাগিছিল,এতিয়া NRC জীয়াই আছে নে নাই মই নাজানো' সংবাদমেলত কেইবাটাও গুৰুত্ৱপূৰ্ণ…

ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ নকৰে প্ৰিয়ংকা গান্ধীয়ে

নিউজ ডেস্ক ১৪ নৱেম্বৰঃ আগন্তক ঝাৰখণ্ডৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে নিজৰ প্ৰথম খন ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। কিন্তু আচৰিত ভাৱে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ নাম এই তালিকাৰ পৰা বাদ পৰিছে। এই তাৰকা…

বৰঝাৰত ৬৬৪ গ্ৰাম সোণ জব্দ

গুৱাহাটীঃ মহানগৰীৰ বৰঝাৰ বিমান বন্দৰত জৱ্দ ৬৬৪ গ্ৰাম সোণ জৱ্দ। আজমত আলী নামৰ লোকজনে আনিছিল সোণখিনি। CISFৰ দলে অভিযান চলাই জৱ্দ কৰে সোণখিনি। GO AIR নামৰ বিমানখনৰে দিল্লীলৈ সৰবৰাহৰ চেষ্টা চলাওতেই আটক কৰে লোকজনক। জৱ্দকৃত সোণখিনিৰ মূল্য প্ৰায়…

অৱশেষত ট্ৰেংকুলাইজ কৰা হ’ল বনৰজাক

ডিব্ৰুগড়ৰ পল্টনবজাৰত বাঘৰ আতংক মেহতাব আহমেদৰ ঘৰৰ পাকঘৰত সোমাইছিল বাঘটো বাঘ চাবলৈ হেতাওপৰা অঞ্চলটোৰ ৰাইজৰ পুৱা ৯.৩০ বজাত প্ৰত্যক্ষ কৰা হৈছিল বাঘটো বন বিভাগৰ লোকে ট্ৰেংকুলাইজ কৰি কাজিৰঙালৈ লৈ যায় বাঘটোক বাঘটোৰ আক্ৰমণত আহত হৈছিল…

ভাৰতৰ প্ৰথম খন দিবা নৈশ টেষ্ট ক্ৰিকেটত উপস্থিত থাকিব অমিত শ্বাহ

নিউজ ডেস্ক ১৪ নৱেম্বৰঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কলকাতাত অনুষ্ঠিত হ'ব লগীয়া ভাৰত আৰু বাংলাদেশৰ মাজত  প্ৰথম খন দিবা নৈশ টেষ্ট ক্ৰিকেট মেচত উপস্থিত থাকিব। গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপৰিও বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনা আৰু…

প্ৰথম বিবাহ বাৰ্ষিকীত তিৰুপতিত ৰণবীৰ-দীপিকা

নিউজ ডেস্ক, ১৪ নৱেম্বৰঃ বৃহস্পতিবাৰে অভিনেত্ৰী দীপিকা পাডুকণ আৰু স্বামী ৰণবীৰ সিঙে উদযাপন কৰিছে তেওঁলোকৰ প্ৰথম বিবাহবাৰ্ষিকী । এই উপলক্ষে পুৱাই ছবিজগতৰ দুই তাৰকা শিল্পীয়ে অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা তিৰুপতি মন্দিৰ দৰ্শন কৰি আশীষ লয় । লগতে…

বিহাৰত ভয়াবহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ৫শিক্ষাৰ্থী

পাটনাঃ বিহাৰৰ পাটনাত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ৫ শিক্ষাৰ্থীৰ। ঘটনা অনুসৰি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা প্ৰকাণ্ড পুখুৰীত সোমাই পৰাৰ পৰা ৰক্ষা পৰে স্কুল বাছখনৰ লগতে বাছখনত থকা ৫টি কণ কণ শিশু। উক্ত ঘটনাৰ পিছতে আৰক্ষীয়ে উদ্ধাৰ কৰে…