নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CABৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ প্ৰতিক্ৰিয়া

শীতকালীন অধিবেশনত দুদিনতে সংসদত গৃহীত হ'ব CAB। CAB আহিব বুলি অমিত শ্ৱাহে গুৱাহাটীতেই ঘোষণা কৰিছিল। পুৰণা খচৰাৰ সৈতে একে নহয় নতুন খচৰা। উত্তৰ-পূৱৰ স্ৱকীয়তা ৰক্ষাৰ প্ৰচেষ্টা কৰা হ'ব। CAB খন মাত্ৰ ৪-৫ লাখৰ লোকৰ মাত্ৰ সমস্যা। এই…

IFFIত শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব বিজু ফুকনক

গোৱাত ২০ নবেম্ৱৰৰ পৰা ২৮ নবেম্ৱৰলৈ অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়া I উক্ত অনুষ্ঠানতেই শ্ৰদ্ধাঞ্জলি জনোৱা হ'ৱ অসমীয়া চলচিত্ৰ জগতৰ চিৰসেউজ অভিনেতা বিজু ফুকনক। ২১ নবেম্বৰত  অসমীয়া ছবি অপৰূপা প্ৰদৰ্শিত কৰা কৰাৰ…

নুমলীগড় শোধানাগাৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

গুৱাহাটী ১৫ নৱেম্বৰঃ নুমলীগড় শোধানাগাৰৰ শোধন ক্ষমতা ৯ মিলিয়ন টনলৈ ক্ষমতা বৃদ্ধি কৰি শীঘ্ৰেই এন আৰ এলৰ কাম সম্প্ৰহসাৰণৰ দাবীত নুমলীগড়ত আজি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই গণ সত্যাগহ কাৰ্যসূচী ৰূপায়ন কৰে। আছুৱে সকীয়াই দিয়ে অসম আন্দোলনৰ ফচল…

শিৱসাগৰত জঘন্য ঘটনা

আঞ্চলিকঃ শিৱসাগৰৰ নামদাঙত জঘন্য ঘটনা। ৭ বছৰীয়া কন্য়াক দিখৌত দলিয়ালে স্ৱয়ং মাতৃয়ে। কন্যাক দিখৌত দলিয়াই মাতৃগৃহত উপস্থিত হ'লগৈ অনুপমা দাস নামৰ মহিলাগৰাকী। কন্য়া শিশুটিৰ সন্ধানত SDRF বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান। কিন্তু কিয় মাতৃগৰাকীয়ে এনে…

পুনৰ জামিন আবেদন খাৰিজ পি. চিদাম্বৰমৰ

নিউজ ডেস্ক ১৫ নৱেম্বৰঃ আই এন এক্স মিডিয়া গোচৰত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী পি. চিদাম্বৰমৰ ন্যায়ালয়ৰ দ্বাৰা পুনৰ মুখ ঠেকেচা। দিল্লী উচ্চ ন্যায়ালয়ে পি.চিদাম্বৰমৰ জামিন আবেদন খাৰিজ কৰিছে। দিল্লী উচ্চ ন্যায়ালৰ ন্যায়াধীশ সুৰেশ কেথে মন্তব্য…

ভাৰতৰ বিৰুদ্ধে পাকৰ শিশুসুলভ অপপ্ৰচাৰ

ইছলামাবাদঃ UNESCOৰ ৪০সংখ্য়ক সাধাৰণ সন্মিলনত পাকিস্তানৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা ভাৰতীয় প্ৰতিনিধিৰ। ৩৭০ অনুচ্ছেদৰ বিলুপ্তি, অযোধ্যাৰ ভূমি-বিবাদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৰা ঐতিহাসিক ৰায়দানৰ ঘটনাক লৈ পাকিস্তানে শিশুসুলভ অপপ্ৰচাৰ চলাই থকা…

৩ টা কণীৰ দাম ১৬৭২ টকা !!!

নিউজডেস্ক, ১৫ নৱেম্বৰঃ আপুনি বাৰু কিমান টকাৰ বিনিময়ত দোকানীৰ পৰা এটা কণী খাই পাইছে ? নিশ্চয়কৈ তাৰ উত্তৰ ৫ ৰ পৰা ১০ টকাৰ ভিতৰতে হ'ব । কিন্তু আপুনি জানি আচৰিত হ'ব যে ৩ টা কণীৰ দাম হৈছে ১৬৭২ । হয় বলিউডৰ বিখ্যাত সংগীত পৰিচালক শেখৰ ৰাভজিয়ানীয়ে ৩…

কেবৰ বিৰুদ্ধে আছুৰ আন্দোলন ঘোষণা

গুৱাহাটী ১৫ ডিচেম্বৰঃ লোকসভাৰ শীতকালীন অধিৱেশনত উত্থাপন কৰা হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক। যাৰ পৰিপেক্ষিতত জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয় য়ে এই আইন কেতিয়াও মানি লব…

৬ ডিচেম্বৰৰ পৰা চতুৰ্থ গুৱাহাটী থিয়েটাৰ মহোৎসৱ

গুৱাহাটী ১৫ নৱেম্বৰঃ তিনিটাকৈ সফল সংস্কৰণৰ পিছত অহা ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব চতুৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল, ২০১৯। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলযোগে এই কথা সদৰি কৰে থিয়েটাৰ ফেষ্টিভেলৰ উদ্যোক্তা তথা গুৱাহাটীৰ…

ডঃ উদ্ধৱ ভৰালীলৈ ২০১৯ বৰ্ষৰ মহাবীৰ লাচিত বঁটা

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীলৈ আগবঢ়োৱা হৈছে ২০১৯ বৰ্ষৰ মহাবীৰ লাচিত বঁটা । অহা ২৪ নৱেম্বৰত শংকৰদেৱ কলাক্ষেত্ৰত এই বঁটা প্ৰদান কৰিব তাই আহোম যুৱ পৰিষদে । বৃহস্পতিবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰি পৰিষদৰ প্ৰচাৰ…