নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফুটবলৰ পৰা অৱসৰ স্পেনিছ তাৰকা ডেভিদ ভিল্লাৰ

স্পৰ্টছডেস্ক, ১৪ নৱেম্বৰঃ ১৯ বছৰীয়া বৰ্ণিল আন্তৰ্জাতিক কেৰিয়াৰ সামৰাৰ সিদ্ধান্ত ল'লে স্পেইন তথা বাৰ্চিলোনাৰ প্ৰাক্তন ফৰৱাৰ্ড ডেভিদ ভিল্লাই । ৩৭ বছৰীয়া ফুটবলাৰগৰাকীয়ে বুধবাৰে ফুটবলৰ পৰা অৱসৰৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰি কয় যে চলিত জে…

নতশিৰ পাকিস্তানঃ অসামৰিক ক’ৰ্টত আবেদনৰ সুযোগ পাব কুলভূষণ যাদৱে

নিউজডেস্ক, ১৪ নৱেম্বৰঃ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ আন এক কূটনৈতিক হেঁচাত ভাৰতীয় কাৰাবন্দী কুলভূষণ যাদৱক লৈ নতশিৰ হ'ল পাকিস্তান । চোৰাংচোৱাগিৰি আৰু সন্ত্ৰাসবাদৰ সৈতে জড়িত থকাৰ অপৰাধত পাকিস্তানৰ সামৰিক আদালতে মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰা…

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে ৰাফেল বিবাদৰ আৱেদন

নিউজ ডেস্ক ১৪ নৱেম্বৰঃ ৰাফেল বিবাদ লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে ৰাফেলৰ পুনৰ বিচাৰৰ আৱেদন। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত বিচাৰ পীঠে ৰাফেল বিবাদৰ পুনৰ বিচাৰৰ আৱেদন খাৰিজ কৰে। সৰ্বোচ্চ…

কাটাঝাৰ-কাহিতামা পথৰ দুৰৱস্থাত ৰাইজৰ দুৰ্ভোগ

নিয়মীয়া বাৰ্তা,১৪ নৱেম্বৰঃ বাক্সা-বৰপেটাৰ সীমামূৰীয়া তথা সৰভোগ সমষ্টিৰ অন্তৰ্গত কাটাঝাৰ-কাহিতামা সংযোগী এই পথটো অতি ব্যস্ত । কিন্তু পথ বুলিবলৈ আছে ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁত আৰু জৰাজীৰ্ণ হৈ পৰা পিটচ্ । সীমামূৰীয়া এই পথটোৰে বাক্সাৰ খাৰিজা…

নিবনুৱাসকলৰ বাবে আদৰ্শ নগাঁৱৰ জিতেন বৰা

নগাঁও, ১৪ নৱেম্বৰঃ সাংগঠনিক কাম-কাজৰ সমান্তৰালকৈ নগাঁৱৰ এজন কৃষক নেতাই কৃষিকে জীৱিকাৰ পথ ৰূপে গ্ৰহণ কৰিছে । শিক্ষিত নিৱনুৱা যুৱক-যুৱতীসকলৰ বাবে আদৰ্শস্বৰূপ হৈ পৰা এই কৃষকজন হৈছে জিতেন বৰা । নগাঁও জিলাৰ কৃষ্ণাইখাটৰ জিতেন বৰাই নগাঁৱৰ আনন্দৰাম…

কেনে অৱস্থাত উত্তৰ-পূবৰ দুৱাৰমুখ জালুকবাৰী ৰটাৰী পইণ্ট !

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ উত্তৰ-পূবৰ দুৱাৰমুখ হিচাপে পৰিচিত জালুকবাৰী ৰটাৰী পইণ্টৰ কদৰ্য পৰিৱেশে নাগৰিকসকলক অতিষ্ঠ কৰি তোলাৰ লগতে গুৱাহাটী মহানগৰীলৈ অহা অন্য ৰাজ্যৰ নাগৰিকসকলৰ মনত গুৱাহাটী সম্পৰ্কে বিৰূপ প্ৰভাৱ পেলাইছে । জালুকবাৰী উৰণীয়া…

পলকতে আজিৰ দিনটো-

আজি বৃহস্পতিবাৰ অসমীয়া তাৰিখ অনুসৰি ২৭ কাতি, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ১৪ নৱেম্বৰ, ২০১৯ চন  আজি শিশুদিৱস ১৯৪২ চনত জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ জন্ম ১৯৬৯ চনত এপলো-১২ মহাকাশ যানৰ উৎক্ষেপণ ১৮৮৯ চনতদেশৰ প্ৰথমগৰাকী…

প্ৰাচী কাশ্যপৰ ৰহস্যজনক মৃত্যু : ন্যায় বিচাৰি কৰ্মাচৰ শিক্ষাৰ্থীৰ সমদল

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ মায়ানগৰী মুম্বাইত মৃত্যুবৰণ কৰা মহানগৰীৰ দক্ষিণগাঁৱৰ প্ৰতিভাৱান ছাত্ৰী প্ৰাচী কাশ্যপ হত্যাৰ ন্যায় বিচাৰি বৃহস্পতিবাৰে বিয়লি ৰাজপথত উলিওৱা হ'ব এক সমদল । গুৱাহাটী কমাৰ্চ কলেজ ছাত্ৰ একতা সভাৰ উদ্যোগত বিয়লি ৪.৩০ বজাত…

অৰুণাচলৰ যাতায়তত নৱ সংযোজন : শুকুৰবাৰে চিচিৰি দলং মুকলি কৰিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলা আৰু নামনি ডিবাং ভেলী জিলা দুখনৰ মাজেৰে বৈ যোৱা চিচিৰি নৈৰ ওপৰত নিৰ্মাণ কৰা বহুচৰ্চিত দলংখন শুকুৰবাৰে মুকলি কৰা হ'ব । প্ৰদেশখনৰ পাচিঘাট আৰু ৰঙিয়াৰ মাজত অৱস্থিত নৱনিৰ্মিত দলংখন দেশৰ…

শিশু দিৱস উপলক্ষে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

গুৱাহাটী, ১৪ নৱেম্বৰঃ আজি শিশুদিৱস । দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে এই দিনটো শিশুদিৱস হিচাপে সমগ্ৰ দেশজুৰি পালন কৰা হয় । বৃহস্পতিবাৰে পুৱাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো শিশুকে টুইট…