নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ বিৰুদ্ধে কাশ্মীৰীক প্ৰশিক্ষণ দিছিল পাকে

ইছলামাবাদঃ পাকিস্তানৰ প্ৰাক্তন সামৰিক শাসক তথা ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফে শেহতীয়াকৈ মন্তব্য কৰে যে ভাৰতীয় সেনাৰ বিৰুদ্ধে কাশ্মীৰত যুদ্ধ কৰিবলৈ কাশ্মীৰীসকলত প্ৰশিক্ষণ দিয়া হৈছিল ভাৰতীয় সেনাৰ বিৰুদ্ধে যুদ্ধ কৰা কাশ্মীৰীসকলক পাকিস্তানত বীৰৰ…

পৌৰ নিগম কৰ্মচাৰীৰ অনশন

গুৱাহাটীঃ বিভিন্ন দাবীৰ সমৰ্থনত গুৱাহাটী  পৌৰ নিগম কৰ্মী সন্থাই আজিৰে পৰা দুদিনীয়াকৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে। অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ, অৱসৰপ্ৰাপ্ত আৰু মৃত শ্ৰমিকৰ পেন্সনৰ ধন আদায় দিয়াৰ লগতে জ্যেষ্ঠতাৰ ভিত্তিত নিগমৰ খালী…

মহাৰাষ্ট্ৰৰ নিমিলা অংক

নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ দিনা অৰ্থাৎ ২৪ অক্টোবৰত হাৰিয়ানাত বিজেপিয়ে নে কংগ্ৰেছে চৰকাৰ গঠন কৰিব তাক লৈ সংশয়ৰ সৃষ্টি হৈছিল। মহাৰাষ্ট্ৰক লৈ কোনেও মূৰ ঘমোৱা নাছিল। প্ৰদেশখনত বিজেপি-শিৱসেনা মিত্ৰজোঁটে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় যাদুকৰী…

বাইহাটা চাৰিআলিৰ ৰাসোৎসৱত মন্ত্ৰী ড০ শৰ্মা

গুৱাহাটী ১৫ নৱেম্বৰঃ বৃহস্পতিবাৰে সন্ধিয়া মদন কামদেৱ আৰু বাইহাটা চাৰিআলি কেন্দ্ৰীয় ৰাস মহোৎসৱত উপস্থিত হয় কেন্দ্ৰীয় বিত্ত স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী তথা স্থানীয় বিধায়ক ড০ হিমন্ত বিশ্ব শৰ্মা। ড০ শৰ্মা উপস্থিত হৈ সকলোকে ৰাসৰ শুভেচ্ছা…

আজি কাৰ্যালয়ত অন্তিমটো দিন ৰঞ্জন গগৈৰ

নিউজডেস্ক, ১৫ নৱেম্বৰঃ আজি কাৰ্যালয়ত অন্তিমটো দিন দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিয়লি ৪ বজাত অনুষ্ঠিত হ'ব বিদায়সভা মুখ্য ন্যায়াধীশগৰাকীয়ে অহা ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব অহা ১৮ নৱেম্বৰত দায়িত্ব গ্ৰহণ কৰিব পৰৱৰ্তী মুখ্য ন্য়ায়াধীশে…

ৰাজনাথ সিঙ ভাৰত চীন সীমান্ত বুমলাত উপস্থিত

নিউজ ডেস্ক ১৫ নৱেম্বৰঃ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজাথ সিঙে শুকুৰবাৰে ভাৰত চীন সীমান্ত বুমলাত উপস্থিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে বুমলাত ভাৰতীয় সৈনিক সকলৰ সৈতে মত বিনিময় কৰি মন্তব্য কৰে যে মই ইয়াত থকা নিয়োজিত হৈ থকা ভাৰতীয় সৈনিক সকলৰ…

অভিনেত্ৰী শ্ৰীদেৱী আৰু ৰেখালৈ অক্কিনেনী নাগেশ্বৰ ৰাও বঁটা

নিউজডেস্ক, ১৫ নৱেম্বৰঃ প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱী আৰু প্ৰৱীন অভিনেত্ৰী ৰেখালৈ ২০১৮ আৰু ২০১৯ বৰ্ষৰ এ এন আৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হ'ব । এই কথা ঘোষণা কৰিছে অভিনেতা অক্কিনেনী নাগাৰ্জুনে । ইপিনে এই পুৰস্কাৰ অক্কিনেনী পৰিয়ালৰ মালিকানাধীন…

২০২০ ৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হ’ব জেইৰ’ ব’লচোনাৰ’

নিউজডেস্ক, ১৫ নৱেম্বৰঃ ২০২০ চনত ভাৰতৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ' ব'লচোনাৰ'ৱে । ১১ সংখ্যক ব্ৰিকছ সন্মিলনত অংশ ল'বলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে দেশখনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি গণৰাজ্য…

৫.৬ শতাংশলৈ হ্ৰাস পাব ভাৰতৰ জিডিপি

নিউজডেস্ক, ১৫ নৱেম্বৰঃ আশা কৰাতকৈ হ্ৰাস পাইছে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ । চলিত বৰ্ষৰ প্ৰথমভাগত মোডিজ ইনভেষ্টৰ্ছ ছাৰ্ভিচে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৫.৮ শতাংশ হ'বগৈ বুলি মন্তব্য কৰিলেও বৃহস্পতিবাৰে প্ৰকাশ কৰা মতে ২০১৯ চনত ভাৰতৰ জিডিপিৰ হাৰ…

পলকতে আজিৰ দিনটো-

আজি শুকুৰবাৰ অসমীয়া তাৰিখ অনুসৰি ২৮ কাতি, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ১৫ নৱেম্বৰ, ২০১৯ চন ২০০০ চনত ঝাৰখণ্ডৰ ৰাজ্য গঠন ১৮৯৪ ত সাহিত্যিক বাণীকান্ত কাকতিৰ জন্ম ১৯৮৮ চনত দেশত ভোটাধিকাৰৰ বয়স ১৮ বছৰ ৰূপে নিৰ্ধাৰণ ২০০০ ত সত্ৰীয়া…